পৃষ্ঠা:Su swasthyar aadhar.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু ছালকুঁৱৰীৰে বনােৱা লেপন নিতৌ এ বৰকৈ ল গালে তেলেতীয়া ছালত হোৱা শালমইনাৰ পৰা উপশম হয়। ৬) তিয়হঁ চকলিয়াই চকু, গাল, মুখত আৰু ডিঙিত ব্যৱহাৰ কৰিলে দাগ দূৰ হয়, ছাল সােতােৰা নপৰে, মুখৰ শুকান ভাৱ আতঁৰে আৰু শালমইনাৰ পৰা উপশম হয়। ৯) আলু, তিয়হ পিছি সেইখিনি চকুৰ পতা দুখনত নিতৌ এবাৰকৈ ল’গালে চকুৰ তলৰ কলা দাগ নােহােৱা হয়। আলু আৰু তিয়হ চকলিয়াই চকুৰ পতাত লগালেও উপশম পায়। ১০) বেচনৰ লগত দৈ, হালধী আৰু চালকুৱৰীৰ লেপন বনাই নিতৌ ১০ মিনিট সম্পূর্ণ গাত লেপন। লগালে ছাল পৰিষ্কাৰ, উজ্জ্বল আৰু সতেজ হয়। ১১) বিলাহীৰ ৰস তেলেতিয়া ছালৰ বাবে খুব লাভদায়ক। নিতৌ এবাৰকৈ বিলাহীৰ ৰস লগালে মুখৰ তেলেতিয়া ভাৱ আঁতৰে। ১২) অমিতা (পকা) আৰু পকা কল অলপ মৌৰ লগত মিহি কৰি সপ্তাহত দুবাৰকৈ লগালে মুখৰ ক’লা দাগ, বয়সৰ চাপ আদি কমায়ৰাখে। ৭) ছালকুৱৰী কাটি তাৰ ভিতৰত থকা জেলী জাতীয় অংশখিনি উলিয়াই মুখত নিতৌ এবাৰকৈ ঘঁহিলে মুখখন মিহি হয় আৰু ৰ’দে পুৰাৰ পৰা সুফল লাভ কৰে লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। ৮) দৈ, চন্দন, কমলাৰ ৰস মিহলাই নিতৌ এবাৰকৈ লগালে ছালৰ ৰং আৰু উজ্জ্বলতা বৃদ্ধি হয়। ১৩) চাউলৰ গুড়ি, মৌ আৰু বেচন একেলগে মিশ্রণ বনাই সপ্তাহত দুবাৰকৈ মুখত আৰু গাত ঘঁহিলে ১০০