পৃষ্ঠা:Su swasthyar aadhar.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪) জবা ফুল, জবা ফুলৰ কুমলীয়া ৮) অলিভ অইলৰ লগত কণীৰ বগা পাত, নাৰিকল তেলৰ লগত অংশটো মিহলাই সপ্তাহ ত মিশ্রণ বনাই চুলিৰ গুৰিত ১৫ দুবাৰকৈ লগালে চুলি মিহি হয়, মিনিট ৰাখিলে চুলি মিহি হয়, চুলি চুলি ফটা আৰু খৰখৰীয়া ছালৰ গজে আৰু চুলি পকাৰ পৰাও পৰা উপশম পায়। উপশম পায়। ৯) এলােভেৰাৰ ৰসৰ লগত সমান। পৰিমাণৰ আমলখিৰ ৰস চুলিৰ গুৰিত ১৫ মিনিট ঘঁহি থৈ দিলে চুলিৰ গুৰিত হােৱা লেতেৰা হ্রাস হয়। ৫) ছালকুঁৱৰী, অলিভ অইল, মেথি পাউদাৰ, বাদামৰ পাউদাৰৰ লেপন বনাই চুলিৰ গুৰিত ১৫ মিনিট লগাই কোমল চেম্পু দি চুলি ধুই দিলে চুলি মিহি, চুলি সৰা, চুলি পকাৰ পৰাও উপশম পায়। ৬) তিলৰ লেপন নিতৌ এবাৰকৈ লগালে চুলি নথকা ঠাইত চুলি। গজিবলৈ লয়৷ তিলৰ তেল ব্যহাৰ কৰিলেও উপকৃত হয়। ৭) আমলখিৰ ৰস, নেমুৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত ১৫ মিনিট সানি ৰাখি থৈ দিলে চুলি সৰা আৰু উফিৰ পৰা হাত সাৰিব পাৰি। ১০) চুলি ঘন কৰিবলৈ আৰু চুলি গজাবলৈ এলােভেৰাৰ ৰসৰ সৈতে মেথি পাউদাৰ আৰু বাদামৰ পাউদাৰ মিহলাই কৰা মিশ্রণ ১৫ মিনিট চুলিৰ গুৰিত লগালে ভাল ফল পায়। সপ্তাহত ২ বাৰকৈ দৈ চুলিৰ গুৰিত লগালে চু লি মিহি আৰ উজ্জ্বলতা বৃদ্ধি পায়। ১০২