পৃষ্ঠা:Su swasthyar aadhar.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাযায়। সেয়েহে ক্ষাৰসূত্র চিকিৎসা লক্ষণ বা অসুবিধাৰ সৃষ্টিনকৰিবও পাৰে। পদ্ধতি আৰু লগতে কিবা অনুসংগিক ৰােগৰ অগ্ৰগতিৰ লগে লগে ৰক্তপাত, বিষ, ৰােগ থাকিলে তাৰ চিকিৎসা কৰিলে অনিয়মীয়া শৌচ, টেমুনা বা বিভিন্ন ধৰণৰ ভগন্দৰ ৰােগ নিৰাময় সম্পূর্ণ সম্ভাৱনা ঘাঁ উৎপন্ন হ'ব পাৰে। সময়মতে উপযুক্ত থাকে। চিকিৎসা নল'লে এই ৰােগ সােনকালেই কর্কটৰােগঃ নিশ্চিত মৃত্যুৰ কাৰক হৈ উঠে। গুহ্যদ্বাৰ বা কর্কটৰােগ চিকিৎসালয়ত উল্লেখযােগ্য যে ওপৰােক্ত ৰােগ সাধাৰণতে পাই থকা আন এবিধ ৰােগ। সমূহ নিজেই ৰােগ হােৱাৰ উপৰিও আন বেছি ভাগ মানুহেই লাজ-শংকাৰ বশৱৰ্তী বিভিন্ন ৰােগৰ লক্ষণ হ'ব পাৰে। যথেষ্ট হৈবা সাধাৰণ বেমাৰ বুলি ঘৰুৱাবনৌষধি পৰিমানে সেউজীয়া শাক-পাচলি ব্যৱহাৰ কৰি থকাৰ ফলত ৰােগ অতি ভােজন, নিয়নীয়া শাৰিৰীক ব্যায়াম, দূৰূহ পৰ্য্যায়লৈ গৈ পায়। গুহ্যদ্বাৰ বা জীৱন-যাপন, সময়মতে চিকিৎসকৰ মলাশয়ত বিভিন্ন ধৰণৰ কৰ্কট ৰােগ হ'ব পৰামর্শগ্রহণ আদিৰ দ্বাৰা এইৰােগ প্রশমন। পাৰে। প্ৰথম অৱস্থাত ই কোনাে বিশেষ আৰু প্ৰতিৰােধত সহায় কৰে। ABERCROM ৯০