পৃষ্ঠা:Su swasthyar aadhar.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্ষাৰসুত্র ও আয়ুর্বেদিক শল্য চিকিৎসাৰ এক অনবদ্য বৰঙণি ভগন্দৰ (ফিষ্টুলা) আৰু অৰ্শ ঙ) হালধী, গুগুলু, আদি ঔষধে প্রকৃত (পাইলছ) গুহ্যদ্বাৰৰ ৰােগ। আয়ুবেদ কলা পুনৰ স্থাপনত সদায় কৰে। শাস্ত্ৰত এই ৰােগ সমূহৰ নিৰাপদ আৰু ক্ষাৰসূত্র চিকিৎসাৰপ্ৰয়ােগঃ- ফলপ্রসু চিকিৎসা পদ্ধতি হৈছে ক্ষাৰসুত্র চিকিৎসা।এইচিকিৎসা অতি জনপ্রিয়। এই চিকিৎসা আৰম্ভ কৰাৰ আগতে বিশেষজ্ঞ চিকিৎসকে ৰােগীক সম্পূর্ণ ক্ষাৰসূত্রকি ক্ষাৰসুত্র হৈছে এবিধ বিশেষ ৰূপে পৰিক্ষা কৰি লয়। ৰােগ আৰু পদ্ধতিৰে নিৰ্মাণ কৰা বনৌষধিযুক্ত সূতা। ৰােগীৰ অৱস্থা হিচাপে চিকিৎসকে ইয়াত নির্দিষ্ট সূতাৰ ওপৰত ক্রম অনুযায়ী ক্ষাৰসুত্র পদ্ধতি আৰু আয়ুর্বেদিক শল্য বিভিন্ন ক্ষাৰগুণ আৰু ব্রন ৰােপন গুণযুক্ত শাস্ত্রোক্ত বিভিন্ন শল্য চিকিৎসাৰ মিশ্রণ ঔষধি দ্ৰব্যৰ প্রলেপ দিয়া হয়। এই ঘটাব লাগিব পাৰে। ক কটৰােগ, ক্ষাৰসূত্র উপযুক্ত পদ্ধতিৰে প্রয়ােগ যক্ষ্মাৰােগ, পেটৰ অন্য ৰােগ আদিত কৰিলে ই প্রয়ােগ কৰা স্থানৰ মৃত কোষ ক্ষাৰসুত্র প্রয়ােগ সফল নহবও পাৰে। সমূহক নাশ কৰে আৰু ব্ৰণ ৰােপন কৰ্মৰ উদাহৰণ স্বৰূপে যক্ষ্মা ৰােগজনিত জৰিয়তে প্রাকৃতিক অৱস্থালৈ ঘূৰাই নিয়াত ভগন্দৰ ৰােগত যক্ষ্মা ৰােগত প্রচলিত সহায় কৰে। ইয়াত বিভিন্ন ঔষধি দ্রব্য চিকিৎসা অতি দৰকাৰী। যেনে— অপমার্গ, পলাশ, নিম্ব, কদলী, গুগুলু, হালধি আদি ব্যৱহাৰ কৰা হয়। এই সকলাে পৰীক্ষা নিৰীক্ষাকৰাৰ ক্ষাৰসুত্ৰৰ কাৰ্য্যকাৰীতা বিভিন্ন বৈজ্ঞানিক পিছত, অস্রোপছাৰ কক্ষত, উপযুক্ত অনুসন্ধানত প্রমাণিত হৈছে। সংজ্ঞাহৰণ ব্যৱস্থা প্রয়ােগ কৰি ক্ষাৰসুত্র প্রয়ােগ আৰম্ভ কৰা হয়। প্রথমবাৰ ক্ষাৰসুত্র চিকিৎসা পদ্ধতিৰ কাৰ্যকাৰিতা কৰােতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা ক) ইজীৱানুৰ সংক্রমন নিয়ন্ত্রন কৰে। হয় কাৰণ ইয়াৰ ওপৰেতেই চিকিৎসাৰ খ) ইয়াৰ ক্ষাৰীয় গুণে ৰােগাক্রান্ত কোষ সফলতা নির্ভৰ কৰে। ইয়াৰ পিছত ধংস কৰি প্রাকৃতিক অৱস্থালৈ ঘূৰাই ৰােগীয়ে স্বাভাবিক কাম কাজ চলাই যাব আনে। পাৰে । প্রত্যেক সপ্তাহত এবাৰকৈ এই সূত্র গ) যি স্থানত জীৱাণুবােৰে আশ্ৰয় লৈ সলনি কৰা হয়। এই সময় ছােৱাত সংক্রমনৰ সৃষ্টি কৰে সেই স্থান ধ্বংস কেতবােৰ সাধাৰণ সাৱধানতা অবলম্বন কৰি ৰােগৰ নিমূর্ল কৰে। কৰি স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে। ঘ) দূষিত পদার্থ পূজ হিচাবে ওলাই ফিষ্টুলা ইন-এনাে বা ভগন্দৰ, অর্শ যােৱাৰ ৰাস্তা বনাই সােনকালে (পাইলছ) ৰােগৰ উপৰিও বিভিন্ন নাড়ী আৰােগ্য পথলৈ লৈ যায়। ৰােগ আদিত ক্ষাৰসূত্র ব্যৱহাৰ হয়।