এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
![]()
মই সেই নৈখনৰ আশ্ৰয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে
এখন ভুৰ সাজি তাতে উঠি লৈ সোঁতত ভুৰ এৰি দিলোঁ।
যে তাৰ ওপৰলৈ উঠিবৰ কোনো মানুহৰে সাধ্য নাই। তেতিয়া মই ভাবিলোঁ, যাত্ৰীসকলৰ দশাই মোৰ দশা হ’ল! তথাপি প্ৰাণৰ মায়া এৰিব নোৱাৰি মৰণত শৰণ দি পৰিত্ৰাণৰ উপায় বিচাৰিলোঁ।
তাৰে এটা ডাঙৰ গুহাৰ মাজেদি এখন নৈ বৈ গৈছে। মই সেই নৈখনৰ আশ্ৰয় ল'লোঁ আৰু তাত পৰি থকা কাঠেৰে এখন ভুৰ সাজি তাতে উঠি লৈ সোঁতত ভুৰ এৰি দিলোঁ। অতি সোনকালে মই