সম্বৰামীনৰ আজী নদী কাখৰৰ মাটিত বৰঘৈণীৰ পুত্ৰ এটি জন্ম হয়। আমি পেচকাৰী কৰ্ম্মত গোহাটীত থকাতে ঘিণ লগা বন্দী ঘৰগিৰী যাই মোত খবৰ কোৱাতে খুচি হৈ তেতিয়াই গাৰ কাপুৰ জোৰ সলাই তাক বকচিচ্ দিলোঁ । এবং তদপৰ আমাৰ শহুৰ দেবদত্ত দ্বাৰা গণনা কৰোৱাত একমলাকান্ত নাম হয় । ১৩৭ পুত্র 80 কমলাকার একলক্ষ আমালোক নদীৰ কাখৰৰ মাটিত ঘৰ কৰি আছিলোঁ । তাতে লৰাটি বেমাৰ হৈ মৃতকল্প, মাকৰ কোলাত হ'ল ; সেই দেখি অত্যন্ত দুঃখিত হৈ লৰা ৰক্ষা ও মঙ্গলৰ জন্মে হঠাৎ তুলসী দিব ১০০,০০০ একলক্ষ তোলসী মাধৱত দিবৰ আগ কৰা পৰে, চিকিৎসাদি কৰাতে ক্ৰমে আৰাম হ'ল ॥ ১৩৮ ॥ তাক কলে, আগকৰ! গোপীকাজ কদ্ৰেশ্বৰে তদপৰ নদীৰ কাখৰৰ মাটিতে জেষ্ট গোপীকান্ত বৰুৱাদি সহিত আমি আছিলোঁ। কিন্তু কৃষ্ণৰাম বৰুৱা, জেষ্ট গোপীকান্ত জেষ্ট ঘৰৰ গোহালিৰ হালুৱা গৰু মেলি নি হাল যায় । “মোৰ মাটিতে আছে, নিলে যদি নিলে।” এইকথা কয় । এহাতে জেষ্ট বিৰক্ত হৈ ধীৰ বৰদলৈৰ মঙ্গলা হালগিৰী থকা মাটি খণ্ড উদং হোৱাত তালৈকে উঠি গ'ল, অথচ ৰুদ্ৰেশ্বৰে গ'ল ৷ ১৩৯ জেষ্টজনা ৰুদ্ৰেশ্বৰে যোৱাতে মোৰ মন বৰ বিৰক্ত হ'ল এবং যি মৌৰশী পাট্টা কৃষ্ণৰাম ভণ্ডাৰী বৰুৱাই লিখি দিছিল, সেই পাট্টাৰ বাহিৰে মোৰ কিছে৷ ঘৰ পৰাতে, আৰু সেই পট্টাখন, পুনঃ পুনঃ, কৃষ্ণৰাম ওৱাপছ চোৱাতে বিৰক্ত হৈ ওয়াপছ দিলো। এবং জাগা-বলাগা মাটি চাই সোণাৰি ভেঁটিত জঙ্গলা হৈ থকা মাটি পূবে পিতনি, পশ্চিমে আহত আলি, উত্তৰে গড়, দক্ষিণে চেপাপতা জাম, এহি চৌহদে মাটি পট্টা কৰি, সৰকাৰৰ পৰা লৈ, হাবি কাটি, ঘৰ কৰিবৰ উদ্যম কৰিলে। ॥ ১৪০ ৰমাকান্ত ও ৰতিকান্ত ও লক্ষ্মীকান্ত নদীৰ কাৰৰৰ মাটিত আছিল, কিন্তু শগুণ দিবৰ সময় হোৱাতে দেৱবৰ বৰদলৈৰ খেলৰ বুলি লণ্ডন নিদিয়াত, মঞ্চে লগুণ দিলোঁ । ১৪১ যোৱা সোণাৰি ভেঁটি মঞি পাট্টা কৰি গোয়া লক্ষ্মীকান্ত উপনয়স
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৯৩
অৱয়ব