সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী সেই অনুসাৰে খাজনা লৈ সৰকাৰে শোধাইছিলোঁ । গৌৰীকান্তকে ধৰতে পঢ়াইছিলোঁ ৷৷ ১২ ॥ 0 ও গৌৰীকাত্মক আমাৰ শান্তি বিবাহত সোণৰ খাৰু নিদিয়া হেতু আমাৰ বৰ বেজাৰ হ'ল। ৰমাকান্ত ও ৰতিকান্ত প্রভিতিৰ যুক্তিমতে, আমি ও গৌৰীকান্ত ১৩০০ টাকাৰ গছনাৰ মূল্য বাধতে দেববৰ বৰদলৈ, তদুহিতৃ পদ্মাৰ নামে, দেৱানীত নালিচ্ কৰিলোঁ । স্ত্রী-ধন বুলি জবাব দিলে। সেই সময় ৰতিকান্ত দেৱানীৰ মহৰিৰ আছিল ও বাঙ্গালী বাণীনাথ পেচকাৰ আছিল ৷ ৯৩ ॥ উজানখণ্ড, পুৰন্দৰ ৰাজা লাল-বন্দীৰ টাকা মাফ পাবৰ নিমিত্তে প্ৰাৰ্থনা কৰায়, প্ৰজাদিক দৌৰাত্য কৰা হেতু, সদৰৰ পৰা পুৰন্দৰ ৰাজাক বৰখাস্ত কৰিবৰ হুকুম আহাতে, ভাদ্রসাহে লাল-বন্দী ৰহিত কৰি ৰাজ্জাক বৰখাস্ত কৰিলে ও পুনৰ ইংৰেজীৰ দখল হ'ল ৷ ৯৪ তদপৰ, এই সনে উজান চাহৰ খেতি ওলিয়াই চাংকাকতীৰ ঘৰৰ মণিৰাম দেৱান পাতিলে। তাৰে পৰাহে চাহৰ খেতি চলিল ॥ ৯৫ ॥ সৰু জনা যোগেশ্বৰ গোসাঞী, মোক মন্ত্ৰ দিবৰ কাৰণে আগ্রহি ধৰিছিল। মঞি মন্ত্ৰ নলওঁ বুলি জৰাব দিয়াতে, মোৰ নামে হাজো পৰগণা থকা ও জামিন হোৱা বুলি ৩০০ ৰোসমৰ বাবত মোৰ নামে দেৱানীত মালিচ কৰাতে, কোন ৰোশম দিবৰ বন্দবস্ত কৰা নাই বুলি জৱাৰ দিয়াতে, ডিমিচ্ হम । ১৬।। পঢ়োৱা গহনার বাবদ মকদা লাল-বন্দী ৰহিত চাহ খেতি আৰম্ভ যোগেশ্বৰ টাকা গোলাঞ্জীৰ তাপৰ আমাৰ জেষ্ট থকাতে একখন পঢ়ি দোলা, লোহাৰ দাপোণ, চেকৰ আনিছিল। সেই দোলা কদ্ৰেশ্বৰে ঘৰ পোৰাতে পুৰিলে। ঢেকৰ, দাপোণ আছিল। সেই দোলাৰ অক্ষে মোক অনেক ধমক ও ঘৰলৈ মানুহ পঠাই গালাগালি কৰিছিল । মঞি টোকা অর্থাৎ ৰথম কৰ, ইয়াত টকাৰ পুত বুজাইছে। মকদ্দমা আৰম্ভ যোগেশ্বৰ গোসাঞীক দাপোণ ও চেকৰ দিয়া