>/* আহোম ৰাজত্বৰ শেহছোৱাত ৰজা, মন্ত্ৰী আৰু বিষয়াসকলৰ মাজত ক্ষমতাৰ কাৰণে খোৱা-কামোৰা, মোৱামৰীয়া বিদ্ৰোহ, আৰু সৰ্ব্বশেষত স্থানৰ অত্যাচাৰে অসমক জুৰুলা কৰিছিল । শেষ সম্বল দূৰ্ভগীয়া পুৰন্দৰ ৰাজাৰ, ‘লালবন্দী’ও হৰকান্ত বৰুৱাই শুনা মতে, বিষয়াসকলৰ অত্যাচাৰত অস্ত পাইছিল। মান ভগনিত প্ৰজ্ঞাৰ বিলৈ, অসমে তেতিয়াও পাহৰা নাছিল। এই অৱস্থাত ইংৰাজৰ মনত যিয়েই নাথাকক, দেখাত ইংৰাজে মানক খেদি, দেশত শান্তি শৃঙ্খলা স্থাপিত কৰাত অসমৰ লোকে বিলৈ-বিপত্তি, দুখ- ভাগৰৰ পিছত কিছুকাল শক্তিৰে জিৰণি লবলৈ পাৰিছিল । সাধাৰণ প্ৰৱণ- বৰ্গ আৰু বহু মুখ্য অসমীয়া লোকেও দেশৰ যখন চিন্তি ইংৰাজৰ শাসনকে আকোৱালি ধৰিছিল, আৰু চিপাহী বিদ্রোহ বা শতাদী আগৰ স্বাধীনতা খুঁজত মণিৰাম পিয়লী ফুকন আদি দেশপ্রেমিক লোকসকলৰ দেশপ্ৰেম অস্তাবোৰ শলাগিলেও তেখেতসকলৰ কাৰ্য্যপন্থাৰ ভাবী ফলত সন্দে কৰিছিল । এই কাৰণে মণিৰাম দেৱান আধিয়ে দেশপ্ৰেমৰ বলি হৈ দেশক প্রেষণাকে দি গ'ল, সেই প্ৰেৰণাৰ ফল তেতিয়াই ফসিল। মণিৰাম দেৱানৰ কাৰ্যপন্থাই সুফল নধৰিব বুলি হৰকান্ত বৰুৱায়ো, মণিৰাম দেৱান আৰু দেৱানৰ ফলীয়া শোকৰ লগত নিজেও যোগ দিয়া নাছিল আৰু ধৰক যুবৰাজক, সুৰৰাজৰ মঙ্গল চিন্তিয়েই মণিৰাম দেৱানৰ পৰা ঝাঁত ৰাখিছিল। বুৱৰাৰ গাত বিদ্ৰোহৰ ছাঁ পৰে বুলি, দেৱান মণিৰামে যুবৰাজৰ দেৱীৰত আশ্ৰয় নোৱা কথা, কমিচনৰ আমি ইংৰাজ বিষয়াসকলে সন্দেহৰ চকুৰে চোৱাত তেওঁ- লোকক এনেদৰে বুজাইছিল যে যুবৰাজৰ গাত অলপো দোষ নাই । বৰুৱাই দূতীৰাম চিৰত্তাদাৰকো চাহাৰ কৰ্ম্মচাৰীসকলৰ আগত নিৰ্দোষী বুলি কৈছিল । তেখেছে কমিচনৰ চাহাবক এই বুলি কৈ আক্ষেপ কৰিছিল যে বহু নির্দোষী লোক এই বিদ্ৰোহত মিছাকৈরে শান্তি ভুগিলে । মণিৰাম দেৱানৰ মৃত্যুদণ্ডত, জেপেতে বেজাৰেৰে কৈছিল যে মণিৰাম নিজেও ( মিছাতে ) মই কৃপ, লগতে আন লোর সকলকে নষ্ট কৰিলে ! স্বাধীন অসমৰ ৰাজ্যই থাকোষ ৰাজবংশৰ লোকসকললৈ বৰকান্ত বৰুৱা বিশেষ প্রহ্মা সানুভূতি থাৰু প্ৰীতিৰ তাৰ আছিল । যুবা ঘনকা সিংহ আৰু ৰাণী পদ্মৰেধাৰ কেন্দ্ৰ কৰিয়েই যেন অসমৰ অতীত, বৰ্তমান আৰু পূ ভবিষ্যতলৈ চকু ফুৰাই চাইছে, এনে তাৰ "আজীবনী" দেখা যায়। বাস্তবিকতে সুৰৰাজ আৰু ৰাণীৰ জৰিয়তে স্বাধীন আৰু গৌৰব
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৯
অৱয়ব