মঞ্জীৰাৰ বিবাহ ও যৌতুক সদৰামীনৰ আত্মজীৱনী গ'ল। ঐ বিবাহে যি যি দিয়া গল আৰু যুবৎ হোৱাতো, যি যি দিয়া গল, নীচে লিখা গ'ল ৷৷ ২৮১ ৷৷ বৰক দিয়া :— তাম-পিতল এক সঁজুলি - ১ পাতৰ ধুতি-চাদৰ সোণৰ আঙঠি -> জোৰ -১ টা কোষা অর্থা ১ জোৰ চালপীৰা, ভুলী, আঠুৱা, গাৰু, গাটী, বৰকাপোৰ বানাত --১ ¢ মঞ্জীৰাক দিয়া ও যুবৎ হোৱাত দিয়া নীচে লিখা গল :— কিংখাপৰ মেখেলা পাৰি দিয়া জুৰীয়া কাপোৰ – ১ ৰূপৰ সোণখতা খাৰু –১ জোৰ সোণৰ উকা বিৰি, গাজৰ ৰিহা প্রবাল, সোণৰ মণি সহিত —১ ধাৰ মছদৰৰ মেখেলা সোণৰ খুপিমণি -> থোপা পাটৰ ৰিহা সৰু গেজেবা সহিত মণি-১ থোপা বাখৰামি গেজেৰা খনীয়া কাপোৰ ইজা সহিত মণি -> " সোণৰ বাখৰামি আঙঠি — গোট দফা ১৬ মণিৰাম দেৱান ঘনকান্ত সিংহৰ দেবীঘৰত সোণৰ বাখৰামি কেক - ১ জোৰ যুবৎ হোৱাত দিয়া :- চবুঞ্জৰ বাখৰামি কেৰু – ১ ৰূপৰ টেমা — ১ টা ৰূপৰ টেমি 195- তাম-পিতল এক সঁজুলি চালপীৰা সহিত তুলী-পাটী, দক্ষ ১০ গাৰু আঠুৱা, বৰ কাপোৰ বানাত সঁজুলি -> -> পাছে মঞি ৰৌলট্ সাহেব সহিত মপস্বল ভ্ৰমণ কৰি- ছিলোঁ ৷ ২৮২ ৷৷ এই সনে উজানৰ মণিৰাম দেৱান কামেশ্বৰ ঘুৰৰাজৰ পুত্ৰ কন্দপেশ্বৰ ৰাজ্জাক, মলুক লাল-বন্দী কৰাই দিম বুলি ভটীয়াই আহি ঘনকান্ত সিংহ যুবৰাজৰ দেবীঘৰতে আছিল । এই কথা সকলদিগে ৰাষ্ট্ৰ হৈ গ'ল। একদিন মঞি কাছাৰী অস্তে
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩৮
অৱয়ব