bb মহীধৰৰ বাবে চিঙ্গা সদৰামীনৰ আত্মজীৱনী ফিকিৰ কৰিছে । এতেকে, ছোৱালী পৰক কি নপক অকাৰণত মানুহটো নষ্ট হোৱা ভাল নহয় অবশ্য ইয় উপায় কৰিব লাগে।” গৌৰীকান্ত কলে, “কি উপায় করে কৰোক” | 295 ॥ তদপৰ মঞি ভাবিচিস্তি থাকিলোঁ। ৰাত্ৰি ভোজন শয়ন কৰিলোঁ, কিন্তু ভাবিচিন্তি থাকোতে নিদ্রা নাচে এবেলি শয়ন কৰো ! পুনৰ উঠোঁ । বৰঘৈণীয়ে সুস্মি “দৌতা, কিয় টোপনি নাহে ? অসুখ কৰি আছে ?” কলোঁ, “তোমাৰ দদায়ে মহীধৰক ঐৰূপ নষ্ট কৰিব ধৰি তাকে কিৰূপে ৰক্ষা কৰিম, তাকেহে ভাবিচিন্তি থাকাতে নি অহা নাই।” তাতে বৰঘৈণী কলে, “দৌতা, কেনেকৈ র লৰাটোক ৰক্ষা কৰক ।” মঞি কলো, “তাকেহে ভাবি আছে এই বুলি শয়ন কৰিলে৷ ৷ ভালকৈ নিদ্রা নাহিল, শেষ নি অলপ নিদ্রা হ'ল ৷৷ ২৭৬ ৷ পাচে, প্রাতসে মঞি উঠি চ'ৰাঘৰত বহি, মামুহ পা ঈশৰাম ও মোহন চৌধাৰী ও ক'লীয়া কানাই ও কল্পন প্রভিতিক মাতি নি সুধিলোঁ। “আমাৰ গোট জ্ঞাতিৰ ভিতৰ ৰক্ষাৰ যুক্তি একজনক আৰু অপৰজনে একেবাৰে নষ্টকৰি ব্ৰহ্মপুত্ৰত পেল খোজে। তাকে ৰক্ষা কৰিব পায় কি কৰিলে ধৰ্ম্ম যশস্যা আছে কি নাই ?” নাপায় ? আৰু ন তাতে, তেওঁলোকে ঐ কথা কলে, “ৰক্ষা কৰিব পায়, আৰু ধৰ্ম্ম আৰু যশস্যা হয় ৷৷” ২৭ তাতে মঞি কলোঁ, “মোৰ মাটি খণ্ডত এক বিধবা আছে। তাইৰ গৰ্ভ হৈছে বুলি শুনিছো। তোমালোকে শুনিছা ি নাই ?” কোনোসকলে কলে, শুনা নাই। কোনোসকলে কা শুনিছোঁ। মঞি কলো, “বিধবাক ইয়ালৈ আনি সোধাত দে আছেনে ?” সকলোৱে কলে, “একো দোষ নাই । জ্ঞাতিয়ে সুধিব পাৰে৷ ৷” ২৭৮ ৷৷
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩৬
অৱয়ব