সঙ্গৰামীনৰ আস্থজীবনী 'অতঃপৰ মহীধৰ উঠি আহি মাৰু সহিত তাতে আছিল । কুৱাত সদৰামীনে মোক মতাত মঞি গৈছিলোঁ। বহু সমাদৰ ঐ জলপান দি কাখতে মাটিত বহি কলে, “বপা, তোমালোকৰ হত এতিয়া মিত্ৰ কৰিছোঁ, এনে নহয়। আগৰ পৰাই মিত্ৰ । তয়া দেখা, ছোৱালী দিওঁ তা সিপাৰে তোলি নিলে।” বুলি মোৰ ভতিজাক তোমাৰ তাতে মঞি কলোঁ, “আপুনি ল হলে, আপুনাৰ ভতিজা যাব কিয়, ও আপুনি বা কিয় ৰি দিব ?” এনে কোৱাতে মনে মনে থাকিল ৷ ২৭২ তদপৰ মহীধৰ থকা মাটিখণ্ডৰ পশ্চিম ফালে অমুকাৰ ায়েক তাতে আছিল । তাৰ জীয়েক অমুকীক বিবাহ দিছিল । ছো দিন পৰেই জামাতা ফৌত হ'ল । জীয়েক বিধবা হৈ |তে আছিল ৷৷ ২৭৩ ৷৷ to দেৱবৰ বৰদলৈৰ অনুযোগ ! একদিন চৈত্রমাহে লখীৰাম লেখাৰু সহিত অশোকাষ্টমী নি কৰিব গৈ ব্ৰহ্মপুত্ৰৰ কাখত বহি প্ৰণাম কৰি জল হাতত ছো, এনেতে লেখাকয়ে কলে, “দৌতা শুনিছেনে ?” কি বুলি বাৰীৰ খিলোঁ ৷ তেওঁ কলে যে, “আপোনাৰ মাটিত অমুকী আছে ; ইৰ হেনু গৰ্ভ হৈছে ৷৷ ২৭৪ ৷৷ এই কথা শুনি মই আচৰ্য্য বোধ কৰি কলোঁ, কিছু শুনা ই। পাচে স্নান কৰি আহি চ'ৰাঘৰ পাই গৌৰীকান্তক তিলো ৷ ঘৰৰ পৰা ওলাই অহাত সুধিলোঁ, “বিধবাৰ মু গৰ্ভ হৈছে। তঞি শুনিছনে ?” শুনিছোঁ বুলি কলে। তঞি াতে মই কলোঁ, “যদি শুনিছ, মোত কিয় নকৈ আছ ? ঠাৰ জীয়েৰক দিবৰ মন কৰিছ। যদিবা নিদিয়, তথাপি সেই ছিলাতে মানুহটো একেবাৰে নষ্ট যায়। মঞি জানো চামাৰ দুহিতৃক সদৰামীনৰ পুতেক চন্দ্ৰধৰলৈ ধৰিছিল। মালোকৰ দিবৰ সন্মত নহল । এতিয়া মহীধৰক দিবৰ মন বিছা ৷ এহেতু মহীধৰলৈ যেনেকৈ ছোৱালী নপৰিব, এই কথা বাৰীক গোহাটীলৈ নিয়াৰ কাৰণ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩৫
অৱয়ব