পৃষ্ঠা:New Testament in Assamese.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেকি। তাৰ কথাত বিশ্বাস নকৰিবা। ২২ কিয়নো ভাবি কেজি। খ্ৰিষ্ট আৰু ভৰি কোআ ভবিস্যত বক্তবিলাক ওলাই, চিন আৰু অচিৰিত কম দেখুআব, অৰু কৰিব পৰা হলে মনোনিত লোকবিলাককে ভুল বইহে। ২৩ তোমোলাকে সাৱধানে থাকা; দেখা, ঘটিবৰ আগেয়ে মই তোমোলকিত সকলোকে কলে॥ ২৮ সেই দুখৰ পাচৰ কলিত সুজৰ পহৰ গুচিব, চন্দ্ৰেও জোনাক নকৰিব, ২৫ অকিসিৰ তৰবিলাক খহি পৰিব, তাৰুি অকিসিত থকা সক্তিবিলাক লৰো হব। ২৬ তেতিয়া বৰ মহিমা অৰুি প্ৰভাৱেৰে মানুহৰ পুত্ৰক মে- ঘত আহিবৰ দেখিব। ২৭ অৰু তেঁও অপোনাৰ দূতবিলাকক পঠাই, প্ৰিথিবিৰ সিমৰি পৰা অকাসৰ সিমালৈকে চাৰিও ফালৰ পৰা অপো- নাৰ মনোনিত লোকবিলাকক চপাই তানাব। ২৮ ডিম গচৰ পৰা এক পটন্তৰ সিকা। জেতিয়া তৰি কোমল ঠাল ওলাই কু হি পাত মেলে, তেতিয়া ঘাম কালিৰ ওচৰ হই, তাক তোমোলাকে জানা। ২৯ সেই ৰুপে জেতিয়া তোমোলাকে এই সকলোকে ঘটিবৰ দেখি- বা, তেতিয়া সেই কাল ওচৰ চাপিল, দুঅৰি মুখ পালেহি, ইয়াকে জানিব। ৩, তোমোলকিত মই স্বপকৈ কও, এই বৰ্তমান কালৰ মানুহ জোতাৰ অগেয়ে সেই সকলো কথা ঘটিব। ৩১ অকাস অ িপ্ৰিথিবি গুচিব, তথা, সি মোৰ কথা নুগুচে। ৩২ কিন্তু পিত্ৰিৰ বাহিৰে মানুহ, বা স্বৰগত থকা দুতবিলকি, বা পুত্ৰ, কোনেও সেই দিন আৰু সেই উৰি নেজানে। ৩৩ এই হেতুকে সেই কাল কেতিয়া হব, তাক তোমোলীকে নজনা দেখি সাৱধীনে থাকা, অৰু পৰ দি প্ৰাৰ্থনা কৰা। ৩৪ জি মানুহে আপোনাৰ ঘৰ এৰি দুৰৈলৈ জবি কালত বন্দিবিলাকক আপোনাৰ বিসয়ৰ ভৰি দি, সিহঁতক আপোন অপেন কৰমত থই, আৰু দুঅৰিক পৰ দি থাকিবলৈ আগা দিয়ে, নিচিনা মানুহৰ পুত্ৰ। ৩৫ এই হেতুকে তোমোলাকে পৰ দি থাকা, কিয় - নো গিৰিহত গধুলি, বা মানিসা, বা কুকুৰাই ডাক দিয়া বেলি, বা ৰাতি আ, কেতিয়া আহিব, তাক তোমোলাকে নে জান1; ৩৬ অকস্মিতে অহি কিজানি তোমোলকিক টোপনিতে দেখা পাই। ৩৭ পৰ দি থকা বুলি, তোমোলকিত জি কৈঠো, তকি সকলোতে কৈৰ্চে। ১ ৪ অধি)। ফেনি নোহোঅ পিঠা খোজ নিস্তাৰ পবলৈ আৰু দুদিন অচিল, এনে সময়ত প্ৰধান পোৰোহিত আৰু অধ্যাপকবিলাকে কোনো ৰুপে য়িক ফন্দকৈ ধৰি মাৰিবলৈ উপই বিচাৰিলে; ২ কিন্তু সিহঁতে বুলিলে, পবৰ দিন। নহই, কিজানি সমুহৰ মাজত হুৰামুৰা লাগে।