পৃষ্ঠা:New Testament in Assamese.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ তাধি॥ X . গল। ৩ পাচে ৰিচুএ বৈথনিয়া গাঁৱত চিমেন কুঠিয়াৰ ঘৰত ভোজন কৰিবলৈ বহিলত, এজনি তিৰোতাই বহু ধনৰ জটামাংসিৰ তেল ভৰোতা। এটা ফটি - কৰ টেম। লৈ আহি, তাক ভঙ্গি তেঁওৰ মুৰত বাকি দিলে। তাতে কো- নোবিলাকে মনতে খঙ্গ কৰি বুলিলে, তেলৰ এনে হানি কিয় কৰে? ৫ এই তেল বেচি তিনি স সিকিতকৈও অধিক পাই, দুখিয়া মানুহক দিব পা- ৰিলেহেঁতেন। এই কথা কৈ সিবিলাকে তাইৰ অহিতে গৰিহন কৰিলে। ৬ কিন্তু ৰিএ কলে, তাইক এৰি দিয়া; কিয় দুখ দিচ? তাই মোলৈ উতম কৰুমকে কৰিলে। ৭ দুখিয়া মানুহ তে মোলাকৰ লগত সদাই অচে, আৰু জেতিয়া তোমোলাকৰ ইচা হই, তেতিয়া সিবিলাকৰ উপকাৰ কৰিব পৰা; কিন্তু মই তোমোলাকৰ লগত সদাই নেথাকো। ৮ তাই জি কৰিব। পাৰিলে, তাকে কৰিলে; মৈদামত থোঅৰি নিমিতে অগেয়ে তাহি মোৰ সৰিলত তেল ঘঁহিলে। ৯ তোমোলকিত মই স্বপকৈ কৈচে, গোটেই জগ: তৰ মাজত জি জি ঠাইত এই সুভ বাত্ৰা কিতন কৰা হব, সেই সেই ঠাইত এই তিৰোতকি সু অৰিবলৈ এই জি কম কৰিলে, তাকে কোআ ছবি। ১০ পাচে বাৰে জনৰ মাজৰ ইস্কৰিওতিয়া য়িহুদা নামেৰে এজনে য়িচুক লোকৰ হাতত সোধাই দিবৰ নিমিতে প্ৰধান পোৰোহিতবিলাকৰ ওচৰলৈ ১১ সিহঁতে তাৰ কথা শুনি আনন্দ পাই তাক ধন দিবলৈ কথা বান্ধিলে। তাতে তেঁওক সিহঁতৰ হাতত সুচলেৰে সোধাই দিবলৈ সি উপাই বিচাৰিলে। ১২ ফেনি নোহোঅ পিঠা খোঅৰি প্ৰথম দিন, তাত নিস্তাৰ পৰলৈ। মেৰক মাৰিবৰ দিনা সিদ্যবিলাকে তেঁওত সুধিলে, আপোনালৈ নিস্থাৰ পবৰ ভোজ খবৰ নিমিতে অমি কত জগৃত কৰিবলৈ আপোনাৰ ইচ। আচে? ১৩ তেতিয়া তেঁও সিস্যবিলাকৰ দুজনক পঠাই দি কলে, তোমো, লাকে নগৰৰ মাজলৈ জোআ; তাতে জি জন মানুহে পানি এক লহ লৈ তোমোলাকে সৈতে দেখা দেখি হব, তাৰ পাচত জাব; তা জি ঘৰত সি সোমাই, সেই ঘৰৰ গিৰিহঁতত কব, গুৰুএ কৈচে, জি ঠাইত মোৰ সিস্য- বিলাকে সৈতে নিস্তাৰ পৰ ভোজ খাম, সেই অলিহি খে। টালি কত? ১৫ তাতে সেই মানুহে জুগুত কৰা অঁওতোঅ এটা ওপৰৰ ভৰি খোটালি তোমোলাকক দেখাব, তাতে আমালৈ জুগুত কৰাগৈ। পাচে সিস্যবিলাকে গৈ নগৰত সোমাই, তেঁও জেনেকৈ কৈচিল, সেই ৰুপে পাই, নিস্তাৰ পৰব। ভোজ জুগুত কৰিলে। ১৭ পাচে গধুলি হলত বাৰে জনে সৈতে য়ি আহিল। লো এ বহি ভোজন কৰোতে য়িচুএ কলে, মই তোমোলাকত স্বপকৈ কৈটো, মোৰ লগত ভোজন কৰ। তোমোলাকৰ মাজৰ এজনে মোক লোকৰ হাতত সোধাই দিব। ১৯ তেতিয়া সিবিলাকে অসন্তোস কৰি এজন এজনকৈ সুধিব ১৮ তীতে সক-