১৩ আধ। গুপুতে তেঁওত সুধিলে, এইবিলাক কথা কেতিয়া ঘটিব অ িএইবিলাক ঘটিবৰ চিন কি? তাক অমিত কওক। ৫ তেতিয়া চিএ সিবিলকিত কব- লৈ ধৰিলে, কোনেও জেন তোমোলকিক নুডুলাই, এই নিমিতে সাৱধানি হো1। ৬ কিয়নো মই খ্ৰিষ্ট, ইয়াকে বুলি অনেকে মোব নামেৰে তাহি ভালেমান মানুহক ভুলবি। ৭ কিন্তু তোমোলাকে ৰনৰ কথা কি জুৰ বাৰ্তা সুনিলে অথিৰ নহবা; কিয়নো এই সকলে। অৱস্যে ঘটিব, কিন্তু তে- তিয়া সেস নৌ হই। দেশৰ বিৰোধে দেস, ৰাজ্যৰ বিৰোধে ৰাজ্য উঠিব, আৰু ঠায়ে ঠায়ে ভুইকঁপ, একাল, অৰু বৰ কেলেস হব; এই সক- লোবিলাক দুখৰ অৰিষুন। ৯ কিন্তু তোমোলাকে আপোনাৰ কথাত সীৱ- ধান হোঅ; কিয়নো তোমোলকিক ৰাজ মেলত সোধাই দিব, নাম ঘৰত কোবাব; আৰু মোৰ নিমিতে অধিকাৰ আৰু ৰজাবিলাকক প্ৰমান দিবলৈ সিবিলাকৰ অগিলৈ তোমোলাকক নিব। ১০ আৰু সকলো দেসি লোকৰ আগত সুভ বাত্ৰা আগৈএ কিৰ্তন কৰা জাব। ১১ কিন্তু জেতিয়া সিবিলা- কে তোমোলাকক ধৰি সোধাই দিব, তেতিয়া কি কি উতৰ কৰিবা, অ- গেয়ে তাৰ চিন্তা নকৰিবা, আৰু তালৈ একো নেভাবিব; কিন্তু সেই সময়ত তোমোলাকৰ মনত জি জি কথা দিয়া জীব, তাকেই কব; কিয়নো তোমো- . লাকে কথা কোঅ নহই, পবিত্ৰ আত্মইহে কই। ১২ তেতিয়া ভায়েকে ককীয়েকক, বাপেকে পুতেকক বধ কৰিবৰ নিমিতে লোকৰ হাতত সোধাই দিব, আৰু পুতেক জিয়েকে মাক বাপেকৰ বিৰোধে উঠি সিবিলাকক বধ কৰাব। ১৩ আৰু মোৰ নামৰ নিমিতে তোমোলাকক সকলো ঘিন কৰা হবা; কিন্তু জি কোনোএ সেসলৈকে সহি থাকিব, সি পৰিত্ৰান পাব। ১৪ কিন্তু [জাৰ কথা দানিয়েল ভবিস্যত বক্তাই কৈচিল, সেই] সৰ্বনাস কতো ঘিন লগা বস্তু জেতিয়া অনুচিত থানত থকা দেখিব; জি জনে পহে, সি বুজক; তেতিয়া জিবিলাক য়িহুদা দেশত থাকে, সিবিলাকে পৰ্ব- তলৈ পলাই জাওক; ১৫ জি জন ঘৰৰ ওপৰত থাকে, সি ঘৰ লৈ নেনা- মেকি, তাৰ পৰা বস্তু অনিবলৈ ভিতৰলৈ নোসোমাওক; :৬ আৰু জি জন খেতিত থাকে, সিও আপোনাৰ কপিৰ লবলৈ উলটি নেজাওক। ১৭ কিন্তু সেই কালত গৰ্ভাৱতি আৰু পিয়াহ দিয়া তিৰোতবিলাকৰ সন্তাপ ১৮ আৰু তোমোলাকৰ পলোআ জেন জাৰ কালিত ন হই, ইয়াকে প্ৰাৰ্থনা কৰা। ১৯ কিয়নো সেই কালত জেনে দুখ হব, ইস্বৰে সুজা সৃিষ্টিৰ আদিৰে পৰা এতিয়ালৈকে তেনে দুখ কেতিয়াও হোঅ নাই, অগিলৈকে নহব। আৰু প্ৰভূএ সেই কলি তাকৰ নকৰা হলে, কোনো প্ৰানিৰে। ৰখা নহলহেঁতেন; কিন্তু তেঁও জিবিলাকক মনোনিত কৰিলে, আপোনাৰ সেই মনোনিতবিলাকৰ নিমিতে তেঁও কাল তাকৰ কৰে। ২১ তেতিয়া কো- নোএ জদি তোমোলাকক বেলে, দেখ, খ্ৰিষ্ট ইয়াত অচে, বা তাতে অচে, হব। ২ ০ .
পৃষ্ঠা:New Testament in Assamese.djvu/৯৪
অৱয়ব