পৃষ্ঠা:New Testament in Assamese.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অপি।। ১৩

তাতে য়িচুএ মাত লগাই বুলিলে, এতিয়াৰ পৰা সদাই কোনেও তোমাৰ গটি নেখাওক। সেই কথা তেঁওৰ সিস্যবিলাকেও সুনিলে! ১৪ পাছে সিবিলাক য়িৰুচলিমলৈ আহিলত য়িচুএ মন্দিৰত সোমাই, মন্দি- ৰৰ মাজত বেচা কিনা কৰবিলাকক বাহিৰলৈ খেদালে; আৰু ধন সলো- আবিলাকৰ পহাৰৰ মেৰি, অৰু কপৌ বেচাবোৰৰ বহ। দলঙ্গ ওলোটাই পেলালে; ১৫ আৰু কোনো মানুহক মন্দিৰৰ মাজে একো পাত্ৰ লৈ জাব নিদিলে। আৰু সিহঁতক উপদেস দি কলে, মোৰ ঘৰকে সকলো দে- সৰ মানুহলৈ প্ৰাৰ্থনাৰ ঘৰ বুলিব, এনে লিখা নাই নে? কিন্তু তোমোল- কে তাক চোৰৰ গতি কৰিলাইক। ১৭ এই কথা শুনি অধ্যাপক আৰু প্ৰধান পোৰোহিতবিলাকে তেঁওক কোনো ৰুপে বধ কৰিবলৈ চল বিচাৰি লে; কিয়নো সকলো মানুহে তেঁওৰ উপদেসত বিস্মই হোঅতি সিহঁতে তেঁও- লৈ ভই কৰিলে। ১৮ পীচে সন্ধিয়া হলত য়িচুএ নগৰৰ বাহিৰলৈ গল। ১৯ ৰাতি পুঅ হলত সিবিলাকে উলটি সেই বাটে দি জাওতে সিপাই সৈতে সেই ডিম গচ সুকাই জোআ দেখি, ২৭ পিতৰে আগৰ কথা সুঅ- ৰি য়িচুত কলে, হে গুৰু, দেখ, আপুনি জি ডিম গচক সাও দিলে, সেই জেপি সুকাই গল। ২১ তাতে য়িচূএ সমিধান দি সিবিলাকত কলে, তো- মেলাকে ইম্বৰত বিস্বাস কৰা; ২২ কিয়নো মই তোমোলকিত স্বপকৈ কৈ- চো, জি কোনোএ এই পবৰ্তক বোলে, তুমি ইয়াৰ পৰা গুচি সাগৰত পৰা- গৈ, আৰু এনে বেলা কথা অৱস্যে ঘটিব, মনত সংসই নো হোঅকৈ ইয়া- কে বিশ্বাস কৰে, সি জিহকে বোলে, সেয়ে সিধি হব। মই তোমোলকিত কৈচো, প্ৰাৰ্থনা কৰা কালত তোমোলাকে জিহকে ইচা কৰা, তাক পাম বুলি এনে বিশ্বাস কৰা, তেহে পাবা। ২৪ আৰু তেমো- লীকে থিয় হৈ প্ৰাৰ্থনা কৰিবৰ বেলতি, জদি তোমোলকিৰ বিৰোধে কো- নোটৰ অপৰাধ হই, তেন্তে তীক খেমা কৰিবা, তেহে তোমোলাকৰ স্বৰ- গত থকা পিত্ৰিএ তোমোলাকৰো অপৰাধ খেমা কৰিব; ২৫ কিন্তু তোমো- লাকে জদি খেমা নকৰ, তেন্তে তোমোলাকৰ স্বগৰত থকা পিত্ৰিয়েও তো- মোলাকৰ অপৰাধ খেমা নকৰিব। ২৬ পচে সিবিলাকে অকও য়িলিম পালত তেঁও মন্দিৰৰ মাজত অহা জোঅ কৰোতে প্ৰধান পোৰোহিত, অধ্যাপকৰিলাক, আৰু ব্ৰিধ লোকে তেঁওৰ ওচৰলৈ আহি সুধিলে, ২৭ তুমি কি সক্তিয়েৰে এইবিলাক কম কৰিচা অৰু এনে কম কৰিবলৈ তোমাক কোনে এই সক্তি দিলে? ২৮ তাতে য়িচুএ উতৰ কৰিলে, ময়ো তোমোলকিত এটা কথা সোধে; তো- মেলিকে মোক তাৰ উতৰ দিয়া, পাচে কি সক্তিয়েৰে এইবিলাক কম কৰিছো, তাক ময়ো তোমোলকিত কম। ২১ য়োহানিৰ বুৰ দিওঅ স্বৰগৰ পৰা হই নে, মানুহৰ পৰা হই। তাকে মোত কোঅ। ৩০ তেতিয়া সিহঁ- ২৩ এই হেতুকে