পৃষ্ঠা:New Testament in Assamese.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ES মাক। কৰে।

৪৯ তেতিয়া য়িচু ৰৈ তাক মাতি অনিবলৈ অগ্যিা দিলে; তাতে মানুহবিলাকে সেই কনকি মাতি কলে, থিৰ হোঅ, উঠা, তেঁও তো- মাক মাতিচে। ৫০ তাতে সি গাৰ কপিৰ পেলাই উঠি য়িচুৰ ওচৰলৈ গল। ৫১ তেতিয়া য়িচুএ তাত সুধিলে, মই তোমাক কি কৰিবলৈ তোমাৰ ইচা অচে? তাতে কনাই ওত কলে, হে গুৰু, মই জেন দেখিবলৈ পাও। ৫২ তেতিয়া য়িচুএ তাত কলে, বটি বুলি জোআ, তোমাৰ বিস্বাসেই তো- মাক স্বস্থ কৰিলে। সি তেতিয়াই দেখিবলৈ পাই বাটেদি য়িচুৰ পাচত গল। ১১ অধি॥ সিবিলাকে ৰিচালমৰ ওচৰৰ জলফাই পবৰ্তৰ কাখৰত থকা বৈফাগি আৰু বৈথনিয়া পালত তেও অপোনাৰ দুজন সিস্যক পঠাই কলে, তোমো- লাকে এই সমুখৰ গাঁৱলৈ জেঅি; ২ পাচে গাও সোমায়েই জীৰ ওপৰত কোনো মানুহ উঠা নাই, এনে এটা গাধ পোআলি বান্ধি থেঅ দেখিব; তাক মেলি অনাগৈ। কিন্তু তোমোলাকে এই কৰম কিয় কৰা, এনে কথা জদি কোনো বোলে, তোমোলাকে তত কৰা, প্ৰভুৰ ইয়াত প্ৰয়োজন অচে; তেতিয়াই সি তাক ইয়ালৈ দি পঠাব। ৪ পাচে সিবিলাকে গৈ দুই মুনিয়া বটি এখন দুআৰৰ বাজত বান্ধি থেঅ গাধৰ পেঅিলিক পাই তাক মেলিলে। ৫ তেতিয়া সেই ঠাইত থকা মানুহৰ মাজৰ কোনো বোৰে কলে, গধি পোঅলি মেলি কি কৰিচা? * তাতে সিবিলাকে য়িচুৰ অগাৰ দৰে কলত সিবিলাকে নিবলৈ এৰি দিলে। ৭ পাচে সিবিলাকে মিচুৰ ওচৰলৈ সেই গাধ পোঅলি আনি, তাৰ ওপৰত আপোনাৰ কপিৰ পালিত তেঁও তাতে বহিল। ৮ অৰুি অনেক মানুহবোৰে আপোনাৰ কা- পৰ বাটত পৰি থলে, অনবিলাকে গচৰ ডাল কাটি বাটত পৰি দিলে। আৰু তেঁওৰ ত্যাগে পীচে জোঅবিলীকে ৰিঙ্গিয়া ৰিঙ্গিকৈ কলে, জই জই, প্ৰভুৰ নামেৰে জি জন অহিচে, তেঁও ধন্য; আৰু আমাৰ ওপৰ পিত্ৰি দাৰিদৰ জি ৰাজ্য প্ৰভুৰ নামেৰে আহিচে, সিও ধন্য; সকলোৰে ওপৰ স্বৰগত জই হওঁক! ১. এই ৰুপে ৰিচালম আৰু মন্দিৰত সোমাই, য়িচুএ চাৰিও ফালৰ সকলো বস্তু চালে; পাচে সন্ধিয়া হলত বাৰে জন সিস্যে সৈতে বৈথনিয়ালৈ গল। ১২ পাঁচ দিন বৈথনিয়াৰ পৰা অহা কালত তেঁওৰ ভোক লাগিলত পাতে সৈতে এজোপা ডিমৰু গচ দুৰৈত দেখি, তাত কিজানি কিছু গুটি পোআ জাই, এই নিমিতে তালৈ গল; কিন্তু ওচৰলৈ আহিলত পাতৰ বা- হিৰে তাত একো নেপালে; কিয়নো তেতিয়া গুটি হবৰ দিন নৌ হই। >