পৃষ্ঠা:New Testament in Assamese.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। ৩ অধি। কৰি কলে, সেই কালত য়োহান বুৰ দিয়াওত। অহি য়িহুদা দেশৰ হাৰিত কথা কিৰ্তন ২ মন পলিটোআ, স্বৰগ ৰাজ্য ওচৰ হল। ৩ ৰিচয়। ভবিস্যত বক্তাৰ দোঅৰিাই জাৰ অৰ্থে কেঅ গৈচিল, বোলে, হাবিৰ মাজত বিঙ্গিওঅ। এজনৰ সদ, প্ৰভুব পথ জুগুত কৰা, তেঁওৰ আলিবাট পেনি কৰা, সেই জনেই এই। ৪ সেই য়োহানব উটৰ নামৰ কপিৰ আঁচিল, আৰু কঁকালত চলিৰ টঙ্গালি; তেঁওৰ অহাৰ হলে কচুআ ফঙ্গি আৰু হাবিব মৌ। ৫ তেতিয়া য়িৰুচলম, অৰু সকলো য়িহুদা দেস, আৰু যদানৰ দাঁতিতে। থকা আটাই লোক ওলাই তেঁওৰ ওচৰলৈ গৈ, ৬ অপোনাৰ পপি সৈ কাহি তেঁওৰ হতুঅই য়দানত বুৰ দিওঅ হল। ৭ কিন্তু আনেক ফিৰুচি আৰু চিকি লোকক আপোনাৰ বুৰলৈ অহা দেখি তেঁও সিবিলকিত কলে, হেৰৈ সাপৰ বঙ্গহ, অগিলৈ হব লগা ক্ৰোধব পৰা পলাবলৈ তোমোলাকক কোনে বুধি দিলে? ৮ এই হেতুকে মন পলিটনৰ উচিত ফল ধৰা। ১ কিন্তু অবিহিম আমাৰ পিত্ৰি, মনেৰে এই কথা নে ভাবিবাহঁক; কিয়নো মই তোমোলকিত কঁও, এই সিলবিলাকৰ পৰাই ইস্বৰে আব্ৰাহামলৈ সন্তান জন- মবি পাৰে। ১০ অৰু এতিয়াও গচৰ গুৰিত কুঠাৰ লাগিয়েই অচে; এই হেতুকে জি জি গচে ভাল গুটি নধৰে, তাক কাৰ্টি জুইত পেলোআ ১১ মন পালটনৰ নিমিতে মই পানিত তোমোলাকক বুৰ দিয়াই- চেঁ; কিন্তু জি জন মোৰ পাচত আহিচে, তেঁও মোতকৈ ডাঙ্গৰ; মই তেঁওৰ পইজাৰ ববলৈকো জেগ্যি ন ইও; তেঁও তোমোলকিক পবিত্ৰ আত্মত আৰু জুইত বুৰ দিয়াব। ১২ তেঁও হাতত কুলা লৈ অচে; তেঁও অপো- নাৰ খলা ভালকৈ জাৰি মেৰত ধান চপাই থব, কিন্তু নুনুমুআ জুইৰে ঘলা পুৰিব। ১৩ পাচে সিচু গালিলৰ পৰা য়দানলৈ আহি য়োহান হাতে বুৰ পাবৰ নিমিতে তেঁওৰ ওচৰলৈ গল। ১৪ কিন্তু য়োহানে তেঁওক নিবাৰন কৰি বুলিলে, আপোনাৰ হাতে মই বুৰ পাব লগিয়া হেঅিতি অপুনি মোৰ এখেলেই আহিছে নে? ১৫ তাতে য়িচুএ সমিধান দি তেঁত কলে, এতিয়া হবলৈ দিয়া; কিয়নো এনে ৰুপে সকলো ধৰম পুৰ কৰিবলৈ অমৰি উচিত। তেতিয়া তাক পাবলৈ তেঁওক দিলে। ১৬ পচে ৰিচুএ বুৰ পোঅ হৈ তেতিয়াই পানিৰ পৰা উঠিল; তাতে দেখা, স্বৰ্গৰ দুআৰ তেঁওলৈ মুকলি হল, আৰু ইস্বৰৰ আত্মাক কুপৌৰ নিচিনাকৈ নামি আহি অপো- নাৰ ওপৰত পৰিবৰ দেখিলে। ১৭ আৰু এই মোৰ প্ৰিয় পুত্ৰ, এত মোৰ পৰম সন্তোস, এনে অকাসি বানি হল। জাই।