পৃষ্ঠা:New Testament in Assamese.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্য। আৰু তেঁওক পালে, মোক বত্ৰিী দিবা, তাতে ময়ো গৈ তেঁওক সেৱা কৰিম। ১ সিবিলাকে ৰজাৰ এই কথা সুনি গল; তাতে দেখা, পুব দেসত জি তৰা দেখিচিল, সেই তৰা সিবিলাকৰ আগে আগে গৈ লৰা থকা ঠাইৰ ওপৰত ৰৈ অচিল। ১০ সেই তৰা দেখি সিবিলাকে অতি আনন্দেৰে আনন্দিত হল। ১১ পীচে ঘৰৰ ভিতৰলৈ সোমাই গৈ তেঁওৰ মাক মাৰিয়ামে সৈতে লৰাক দেখি, দিঘল হৈ পৰি তেঁওক সেৱা কৰিলে; আৰু আপোনাৰ সম্পতিৰ টোপোলা মেলি তেঁওক সেনি, ধুনা এঠা, অৰুি গন্ধৰস ভেঁটি দিলে। ১২ পীচে হেৰোদৰ ওচৰলৈ উলটি জেন নেজাই, সপোনত ইস্ব- ৰৰ এনে অগ্যিা পাই, সিবিলাকে অনি বাটেদি আপোনাৰ দেশলৈ গল। ১৩ পাচে সিবিলাক গলত দেখা, প্ৰভুৰ দুতে সপোনত য়োচেফক দান দি কলে, উঠা, লৰা আৰু তেঁওৰ মাকক লৈ মিচৰ দেশলৈ পলাই জোআ, আৰু মই তোমালৈ বাত্ৰা নানো মানে তাতে থাকিবা; কিয়নো প্ৰান মাৰি- বৰ নিমিতে হেৰোদে লৰাক বিচাৰিব। ১৪ তেতিয়া য়োচেফ উঠি লৰ। আৰু তেঁওৰ মাকক ৰাতিয়েই লৈ মিচৰ দেশলৈ গুচি গল; আৰু হেৰোদ মিত্যু হোঅলৈকে সেই ঠাইতে আচিল। ১৫ তাতে মিচৰ দেশৰ পৰা মই আপোনাৰ পুত্ৰক মাতিলে, এই জি কথা ভবিস্যত বক্তাৰ দোআ- বাই প্ৰভএ কেআইচিল, সেই কথা সিধি হল। ১৬ পচে গিয়ানিবিলাকে তেঁওক হেলা কৰা জানি হেৰোদৰ অতিসই খঙ্গ উঠিল; আৰু গিয়ানিবিলাকত ঠিক কৰি সোধাত জি কাল নিচই পালে, সেই কালৰে পৰা বৈলেহেমত আৰু তাৰ সকলো সিমতো জিমান লৰা দই বচৰিয়া আৰু তাতকৈও অলপ বয়সিয়া আচিল, সেই সকলোকে মানুহ পঠাই বধ কৰালে। ১৭ তাতে ৰামতি এক সবদ সুনা গল, বিলাপ, ক্ৰন্দন, আৰু বৰ সেকি; ৰাহেলে অপোনাৰ সন্তানহঁতলৈ কান্দি কান্দি, সি- বিলাক নাইকিয়া দেখি সান্ত হবৰ ইচা ন কৰিলে, ১৮ এই জি কথা য়িৰিমিয়া ভবিস্যত বক্তাৰ দোঅৰিাই কোআ গৈচিল, সেই কথা সিধি হল। | ১৯ কিন্তু হেৰোদ মৰাৰ পাচে দেখা, মিচৰ দেসহ ইস্বৰৰ দতে সপোনত যোচেফক দৰ্শন দি কলে, ২০ উঠা, লৰা আৰু তেঁওৰ মাকক লৈ ইয়েল দেশলৈ জোআ, কিয়নো জিবিলাকে লৰাৰ প্ৰান বিচাৰিচিল, সেইবিলাক মৰিল। ২১ তেতিয়া তেঁও উঠি লৰ। আৰু তেঁওৰ মাকক লৈ ইয়েল দে- সলৈ আহিল। ২২ কিন্তু য়িহুদা দেশত আখেলাৱে আপোনাৰ পিত্ৰি হেৰেদিৰ বাবে ৰজি সাসন কৰিচে, ইয়াকে সুনি তালৈ জীবলৈ তেঁও ভই কৰিলে; পাচে সপোনত ইস্বৰৰ আগ্য। পাই, গালিলৰ সিমালৈ আঁতৰি গল। ২৩ আৰু নাচতে নামে এখান নগৰলৈ আহি নিবাস কৰিলে; তাতে তেঁওক নচিৰিয়া বোলা জাব, এই জি কথা ভবিস্যত বৰ্তীবিলাকৰ দোআৰাই কোঅ হৈচিল, সেয়ে সিধি হল।