| মাথি। ৪ অধ্য।' তাৰ পাচে চইতানৰ হতুআই মিচুক পৰিখা কৰিবৰ নিমিতে আত্মাৰ দে। অৰাই তেঁওক হাবিৰ মাজলৈ নিয়া হল। ২ তাতে দকৰি দিন দকৰি। ৰাতি লঘোনে থকাত পাচে তেঁওৰ ভোক লাগিল। ৩ তেতিয়া পৰিখ কৰাটে তেঁওৰ ওচৰলৈ আহি কলে, তুমি জদি ইস্বৰৰ পুত্র হোআ, তেন্তে এই সিলবোৰক পিঠা হবলৈ অগ্যি1 দিয়া। ৪ তাতে তেঁও উতৰ কৰি কলে, মানুহে অকল পিঠাবেই নিডিএ, কিন্তু জি জি কথা ইস্বৰৰ মুখৰ পৰা ওলাই, তাৰেহে জিএ, এনে লিখ: অচে। ৫ তেতিয়া চইতানে তেঁওক পবিত্র নগৰলৈ নি, মন্দিৰৰ এটা কলচিৰ ওপৰত বহুঅইি তেঁওত কলে, ৬ তুমি জদি ইস্বৰৰ পুত্র হোঅঃ, তেন্তে অাপনি তললৈ পৰা; কিয়নো এনে লিখা অচে, তোমাৰ অর্থে তেঁও অপোনাৰ দুতবিলাকক অগ্য। দিব, আৰু তোমাৰ ভৰি সিলত খুন্দা নোখোঅকৈ সিবিলাকে তো- মক হাতেৰে দাঙ্গি ধৰিব । ৭ তেতিয়া য়িচএ তাত কলে, তোমাৰ প্রভু পৰম ইহুৰৰ পৰিখ। নেচাবা, এনেও লিখ। অচে। ৮ অকও চইতানে তেঁওক অতি ওখ পবলৈ নি, জগতৰ সকলো ৰাজ্য অৰু সিবিলাকৰ ঐশ্বজো দেখঅলে; আৰু তেঁওক বুলিলে, তুমি জদি দি- ঘল হৈ পৰি মোক সেৱা কৰা, তেন্তে এই আটাইকে তোমাক দিম । ১০ য়িচুএ তেতিয়া তাক বুলিলে, মােৰ পাচলৈ গুচি জা চইতান, কিয়নো তোমাৰ প্ৰভু পৰম ইস্বৰক সেৱা কৰ, আৰু অকল তেঁওৰে অল পৈ- চান ধৰা, এনে লিখা অচে। ১১ তেতিয়া চইতানে তেঁওক এৰিলে, আৰু দেখা, দুতবিলাকে আহি তেঁওক সুসা কৰিলে । ১২ পাচে রোহনক বন্দিসালত থোঅ সুনি য়িচ গালিললৈ গল । ১৩ অৰু নচিৰেত এৰি সমুদুৰ কখৰত জিবলন আৰু নাপ্তালি প্ৰদেশৰ সিমাত থকা কিফনাহুমলৈ গৈ সেই ঠাইতে থাকিল । ১৪ তাতে য়িয়া ভবি- সাত বক্তাৰ মুখে জি কথা কোঅ গৈচিল, সমুদুৰ কাসত য়দানৰ সিপাৰে বিদেসি লোকৰ গালিল, ১৫ অর্থতি জিবুলুন অাৰু নাপালি দেশৰ জিবিলাক মানুহ এন্ধাৰত বহি আঁচিল, সিবিলাকে বৰ পহৰ দেখিবলৈ পাইচে; ১৬ জিবিলাক মিত্যুৰ দেস আৰু উঁত বহি অ- চিল, সিবিলাকৰ ওপৰত পহৰ প্ৰকাশ হৈচে, সেই কথা সিধি হল ? ১৭ সেই কালৰে পৰা য়িচুএ কির্তন কৰিব ধৰিলে, বোলে, মন পলিটোঅা; কিয়নো স্বৰগ ৰাজ্য ওচৰ হল । ১৮ পাচে তেঁও গালি- লৰ সাগৰৰ ওচৰত ফুৰোঁতে চিমেনি, জকি পিতৰ বোলে, আৰু তেঁওৰ। ভায়েক আন্দ্রিয়া, এই দুজনক সাগৰত জাল বোআ দেখিলে; কিয়নো সিবিলাক মাচ মৰিয় অচিল। ১১ তাতে তেঁও সিবিলাকত কলে, মোৰ পাচত আঁহা, মই তোমোলাকক মানুহ ধৰা কৰিম । ২০ তেতিয়াই সি-
পৃষ্ঠা:New Testament in Assamese.djvu/১০
অৱয়ব