পৃষ্ঠা:New Testament in Assamese.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অধি॥ ৩ ৪ আৰু অমি য়িচলিমলৈ জাও, তাতে মানুহৰ পুত্ৰক প্ৰধান পোৰোহিত অৰু অধ্যাপকবিলাকৰ হাতত সোধাই দিয়া হব, আৰু সিবিলাকে তেঁওক বধ কৰিবলৈ আগ্য কৰি বিদেসি লোকৰ হাতত সোধাই দিব। সিহঁতে তেঁওক বিগতি কৰি চাবুকেৰে কোবাই, তেঁওৰ গাত থুই পেলাই বধ কৰিব; পাচে তিন দিনৰ দিনা তেঁও অকিও উঠিব। ৩৫ পাচে জবিদিৰ পুতেক যাকোব আৰু য়োহান তেঁওৰ ওচৰলৈ আহি কলে, হে গৰু, অমিৰ জি ইচা, তাকে জেন আপুনি পূৰ কৰিব, আমি এই প্ৰাৰ্থনা কৰে॥ ৩৬ তীতে তেঁও সিবিলকিত কলে, মই তোমোলাকৰ নিমিতে কি কৰিবলৈ তোমোলাকৰ ইচ। অচে? ৩৭ সিবিলাকে তেঁওত কলে, আপোনাৰ প্ৰভাৱৰ কালত অমাৰ এজন আপোনাৰ সোঁ হাতে, এজন বাও হাতে জেন বহিবলৈ পাও, ইয়াকে দিওক। ৩৮ তীতে য়িচুএ উতৰ কৰিলে, তোমোলাকে জিহকে খুজিচা, তাক নেজানা; মই জি বাটিত পান কৰিম, তোমোলাকে সেই বাটিত পান কৰিব পাৰিব নে? আৰু মই জেনে বুৰ পেআি হম, তোমোলাকেও তেনে বুৰ পাব পাৰিব নে? ৩৯ সিবিলাকে কলে, আমি পাৰিম। তাতে য়িচুএ কলে, মই জি বাটিত পান কৰিম, তাত তোমোলাকেও অৱস্যে পান কৰিবা, আৰু মই জি বুৰ পাম, তোমোলাকেও সেই বুৰ পাবা; ৪০ কিন্তু মোৰ সে। হাতে আৰু বঁাও হাতে জিবিলাক থাকিবৰ নিমিতে জুগুত কৰা হৈছে, সেইবিলাকৰ বাহিৰে আন কাকো তাত বহুঅবলৈ মোৰ সক্তি নাই। অনি দহ জন সিসে এই কথা সুনি য়াকোব আৰু য়োহানক ব্যঙ্গ কৰিবলৈ ধৰিলে। ৪২ কিন্তু য়িচুএ আপো- নাৰ ওচৰলৈ সিহঁতক মাতি অনি কলে, বিদেসি লোকৰ অধিকাৰ হো- অবিলাকে সিহঁতৰ ওপৰত বিসয়া ববি কৰে, আৰু ডাঙ্গৰিয়াবিলাকে সি- হঁতৰ ওপৰত সাসন কৰে, ইয়াক তোমোলাকে জানা। ৪৩ কিন্তু তোমোলা- কৰ মাজত তেনে নহব। তোমোলাকৰ মাজত জি কোনোএ বৰ হবলৈ ইচ। সি তোমোলাকৰ সেৱক হব; ৪৪ আৰু তোমোলাকৰ মাজত জি কোনো প্ৰধান হবলৈ ইচা কৰে, সি সকলোৰে বন্দি হব। মানুহৰ পুত্ৰও সেৱা লবলৈ নাহিল, কিন্তু সেৱক হবলৈ অৰু অনেক লো- কৰ পৰিত্ৰানৰ বেচৰ অৰ্থে আপোনাৰ প্ৰান দিবলৈহে আহিল। পাচে সিবিলাকে য়িৰিহে। নগৰ পাল ত তাৰ পৰ। জেতিয়া য়িচএ আপোনাৰ সিদ্যবিলাক আৰু মানুহৰ সমুহে সৈতে ওলাই গল, তেতিয়া তিময়ৰ পুতেক বাতিৰ্মই নামেৰে এটা কনাই বাটৰ কখিত মাগন কৰিব- লৈ বহি অচিল। ৪৭ তেতিয়া সি নচিৰিয়া য়িচু আহিবৰ কথা সুনি এটাহ পাৰি কবলৈ ধৰিলে, হে দীৱিদৰ সন্তান য়িচু, মেকি দয়া কৰোক। তাতে সি নিজম দি থাকিবলৈ অনেক মানুহে তাক ডাবি দিলে; কিন্তু সি অৰু অধিককৈ এটাহ পাৰি কলে, হে দাৱিদৰ সন্তান, মেকি দায়। ৪১ কৰে, ৪ ৫ কিয়নে। ৪ ৬ 85