পৃষ্ঠা:New Testament in Assamese.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাক। বিব। পাচে তেঁও লৰাবোৰক কোলাত লৈ সিহঁতৰ গাত হাত দি অসিবাদ কৰিলে। ১৭ পাচে তেঁও বাটেদি উঁওতে এজন মানুহ লবি অহি তেঁওৰ অগিত আঁঠু কাহি সুধিলে, হে উতম গুৰু, অনন্ত অসি পবিৰ নিমিতে মই কি কম কৰিম? ১৮ তাতে য়িচুএ কলে, মেকি উতম কিয় বুলিচা? অকল ই- ৰত বীজে তনি কোনো উতম নাই। ১৯ পৰতিৰি গমন নকৰিবা, বধ নকৰিবা, চুৰ নকৰিব, মিচা সাখি নহব, অনিয়াই নকৰিবা, অেিপানাৰ পিত্ৰিমাত্ৰিক সন্মান কৰা, এই অগ্যি বলকি তুমি জানি অচি। ২০ তাতে সি উতৰ কৰিলে, হে গুৰু, লৰা কালৰে পৰা মই এই সকলোকে পালন কৰি আৰ্চে। ২১ তেতিয়া য়িএ তালৈ চাই মৰ্ম কৰি কলে, তোমাৰ আৰু এটা কমত প্ৰয়োজন অঢে; তুমি গৈ আপোনাৰ জি জি অচে, আটাইকে বেচি দুখিয়া মানুহক দান কৰা, তেহে সুগত তোমাৰ ধন হব; আৰু আঁহা, পেঙ্গেনি তুলি মোৰ পাচত জেঅি হব। ২২ সেই কথাত অসন্তোস পাই সি গুচি গল; কিয়নো তাৰ বহু ধন সম্প্ৰতি আচিল। ২৩ পাচে ৰিচএ চাৰিও ফাললৈ চাই সিস্যবিলাকত কলে, ধনৱন্ত মানুহবি- লকি ইস্বৰৰ ৰাজ্যত সোমাবলৈ কেনে দুৰ্গম! ২৪ তেঁওৰ সেই কথাত সিস্য- বিলাকে বিস্মই মানিলে; কিন্তু য়িচুএ আকও মাত লগাই সিবিলাকত কলে, হে লৰাটিহঁত, জিবিলাকে ধনত ভাৰসা কৰে, সেইবিলাক ইস্বৰৰ ৰাজ্যত সোমাবলৈ কেনে দুৰ্গম! ২৫ ধনৱন্ত মানুহ ইস্বৰৰ ৰাজ্যত সোমেঅিতিকৈ বেজিৰ বিন্ধাই দি উট সৰকি জোঅ টিল। ২৬ তাতে সিবিলাকে অতি বিস্মই পাই ইজনে সিজনে কলে, তেন্তে কোনে পৰিত্ৰনি পাব পাৰে? ২৭ তাতে য়িচুএ সিবিলাকলৈ চাই কলে, সেই কথা মানুহৰ অসাধ্য হই, কিন্তু ই- ৰৰ অসাধ্য নহই, কিয়নো ইৰ অগিত সকলো কথা সাধ্য। ২৮ তেতিয়া পিতৰে মাত লগাই তেঁওক বুলিলে, দেখ, আমাৰ সকলোকে এৰি আপোনাৰ পচে পাচে আহিলে॥ ২৯ তাতে য়িচু উতৰ কৰিলে, মই তোমোলকিত স্বপকৈ কৈৰ্চো, মোৰ আৰু সুভ বাত্ৰাৰ নিমিতে ঘৰ, বা ভাই ভনি, বা পিত্ৰিমাত্ৰি, বা তিৰোতা, বা লৰাবিলকি, বা মাটি এৰি, জি জনে ইহকালত তাৰনাৰে সৈতেও ঘৰ আৰু ভাই, ভনি, মকি, লৰা- বিলাক, অৰু মাটি, এইবিলাকৰ সত গুন, অৰুি পকালত অনন্ত আয়ুস নেপাব, এনে কোনো মানুহ নাই। ৩১ কিন্তু আগ হোঅ অনেক মানুহ পাচ হব, অৰুি পচি হোঅ মানুহ আগ হব। তাৰ পাচে সিবিলাকে য়িৰুচলিমৰ বাটত উঁওতে য়িচুএ সিবিলাকৰ অগিত গৈ অচিলে; তাতে সিবিলাকৰ বিস্মই লাগিল, আৰু ভয়েৰে তেঁওৰ পীচে পচে গল। তেতিয়া তেঁও আকও, বাৰে জন সিস্যক লৈ অ- পোনালৈ জি জি ঘটিব, তাকে সিবিলাকত কবলৈ ধৰিলে, বোলে, ৩৩ দেখা, 9 ৩২