পৃষ্ঠা:New Testament in Assamese.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অধি॥ ৮১ এনে নৰক আৰু নুনুমুআ জুইত পেলোঅ হোঅতিকৈ খোৰা হৈ পৰম অসিত সোমোয় তোমাৰ ভাল। ৪৭ আৰু তোমাৰ চকুএ জদি তোমাৰ বিঘিনি কৰাই, তাক কাহি পেলোআ; ৪৮ কিয়নো দুচকুআ হৈ জত সি- বিলাকৰ পেকি নমৰে, জুয়ো নুনুমাই, এনে নৰক আৰু নুনুমুআ জুইত পে- লোআ হেঅিতিকৈ এচকুঅ হৈ ইৰ ৰাজ্যত সোমোয় তোমাৰ ভাল। ৪১ জেনেকৈ সকলো বলি লোনেৰে সন। জাই, তেনেকৈ সকলোকে জুয়েৰে সনা জাব। ৫০ লোন হলে উতম, কিন্তু জদি লোনত সোঅদি নেথাকে, তীক কিহেৰে সোআদ কৰিব? তোমোলকি আপুনি লোনজুক্ত হেঅ, আৰু ইজনে সিজনে কুসল ৰাখিবা। ১০ অধ্য। ৫ পাচে তেঁও তাৰ পৰা গৈ য়দানৰ সি পাৰেদি য়িহুদা সেসব সিমালৈ অ হিল। তাতে মানুহ সমুহ তেঁওৰ ওচৰ চাপিলত তেঁও অপোনাৰ আচৰিৰ দৰে অকও সিবিলাকক উপদেস দিলে। ২ তেতিয়! ফিচিবিলাকে আহি পৰিখাৰ নিমিতে তেঁওত সুধিলে, মুনিহে আপোনাৰ তিৰোতক তিয়াগ কবি পাই নে? ৩ তাতে তেঁও উতৰ কৰিলে, মোচাই তোমোলকিক কি অগ্য দিলে? ৪ সিবিলাকে কলে, তিয়াগ কৰা পত্ৰ লিখি দি এৰিবলৈ মোচাই অনুমতি দিলে। তাতে য়িচুএ সমিধান দি কলে, তোমোলাকৰ মন কঠিন হোআৰ নিমিতে মোচাই এই বিধান লিখি দিলে; সিষ্টিৰ আদিতে ইৰে মু। নহ তিৰোতা কৰি মানুহক সুজিলে। ৭ এই হেতুকে মানুহে আপোনাৰ পিত্ৰিমাত্ৰিক এৰি তিৰোতাই সৈতে সজোগ হৈ, ৮ সেই দুয়ো একে দেহ হব। তেন্তে সিবিলাক আৰু দুজন নহই, একে ৯ এতেকে ইৰে জাক সজোগ কৰি দিলে, তাক মানুহে বিজোগ নকৰোক। ১০ পাচে ঘৰত সিদ্যবিলাকে সেই কাৰ্জৰ কথা আকও তেঁওত সুধিলে। ১১ তীতে তেঁও কলে, জি মানুহে আপোনাৰ তিৰোতাক এৰি আন এজনিক বিয়া কৰে, সি তাইৰ বিৰোধে বেস কৰে; ১২ আৰু জি কোনো তিৰোতাই আপোনাৰ পৈএকক এৰি আনে বিয়া তায়ে। বিভিচাৰ কৰা হই। ১৩ পাচে তেঁও লৰবিলাকক জেন চুব, এই নিমিতে মানুহে তেঁওৰ ওচ- ৰলৈ সিহঁতক অনিলে; কিন্তু সিহঁতক অন৷ মানুহক সিস্যবিলাকে ডাব দিলে। ১৪ য়িংএ তাকে দেখি খঙ্গ কৰি বুলিলে, লৰাবোৰক মোৰ ওচ- ৰলৈ আহিব দিয়া, হাক নিদিবা, কিয়নো ইস্বৰৰ ৰাজ্য এনেকু অবিলাকৰ- ১৫ মই তোমোলকিত স্বৰুপকৈ কৈৰ্চো, জি কোনোএ লৰাৰ নি- চিনা হৈ ইৰ ৰাজ্য গহন নকবে, সি তাত কেতিয়াও সোমাব নেআি- দেহ।