পৃষ্ঠা:New Testament in Assamese.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ মাক। ৩৪ পাঁচে তেও মানুহবোৰক আৰু আপোনাৰ সিদ্যবিলাকক মাতি কলে, জি কোনোএ মেৰি পাচত অহিবলৈ ইচা কৰে, সি আপোনাক দমন কৰোক, আৰু আপোনাৰ পেৰেঙ্গনি তুলি লৈ মোৰ পাচত অহোক। ৩৫ কিয়- নো জি কোনোএ অপোনাৰ প্ৰান ৰাখিব খোজে, সি তকি হেঅব; কিন্তু জি কোনোএ মোৰ অন্ িসুভ বত্ৰিৰি কৰিনে আপোনাৰ প্ৰনি হেৰু- অই, সি তাক ৰখ্যা কৰিব। ৩৬ মানুহে গোটেই খন জগত পায়ে জদি আপোনাৰ প্ৰনি হেআই, সেই মানুহৰ কি লাভ? ৩৭ অ িমানুহে অ- পোনাৰ প্ৰান ৰাখিবৰ নিমিতে কি সলনি দিব পাৰে? ৩৮ এই বেস্যালি আৰু পাপি লোকৰ অগিত জি কোনো মোত অৰুি মোৰ কথাত লাজ পাই, মানুহৰ পুত্ৰ জেতিয়া দুতবিলাকে সৈতে আপোনাৰ পিত্ৰিৰ প্ৰভাৱেৰে আহিব, তেতিয়া তেৱো সেই মানুহত লজি পাব। ৩১ আৰু তেঁও বুলিলে, মই তোমোলাকত স্বপকৈ কৈচো, ইস্বৰৰ ৰাজ্যিক মহিমাৰে আহিবৰ নে- দেখে মানে মিত্যু ভোগ নকৰিব, ইয়াত থিয় হৈ থকা মানুহৰ মাজ- তো এনে কেতবিলাক আছে। ১ অধি। 8 তাৰ চদিনৰ পচিত য়িচুএ পিতৰ আৰু কেবি তাৰুি য়োহানক লগত লৈ এটা ওখ পৰ্বতৰ নিৰ্জন ঠাইলৈ আনি, ২ সিবিলাকৰ আগতে আন ৰুপ ধৰিলে। ৩ তাতে তেঁওৰ কপিৰ জগতৰ মাজত কোনো ধোবাই জিমান বগ। কৰিব নোঅবে, তেনে দিপ্তিমন্ত হিমৰ নিচিনা অতি বগা হৈচিল। তিয়া এলিয়া আৰু মোচাই সিবিলাকৰ অগিত দেখা দি, য়িচূএ সৈতে কথোপকথন কৰিলে। ৫ তীতে পিতৰে মাত লগাই য়িচুক বুলিলে, হে গুৰু, আমি ইয়াতে থকা ভাল; এই হেতুকে আমি তিনটা পজা সাজেঁ, অপো- নালৈ এটা, মোচালৈ এটা, এলিয়ালৈ এটা। ৬ কিয়নো সকলোৰে ভই হো- অতি তেঁও কি কলে, তকি অপুনি নুবুজিলে। ৭ তেতিয়া এখন মেঘে সিবিলাকক চা কৰি ধৰিলে; আৰু মেঘৰ পৰা এনে আকসি বানি হল, এই মোৰ প্ৰিয় পুত্ৰ, এঁওৰ কথা সুনা। ৮ পাচে সিবিলাকে অকস্মিতে চাৰিও ফাললৈ চাই, য়িচুত বাজে সিবিলাকৰ লগত কাকো নেদেখিলে। পাচে সিবিলাকে পৰ্বতৰ পৰা নামোতে তেঁও সিবিলাকক সকত অগ্যি1 কৰি কলে, জেতিয়ালৈকে মানুহৰ পুত্ৰ মিত্যুৰ পৰা নুঠে, তেতিয়া- লৈকে জিহকে দেখিল, তাক কাতে নকবা। তাতে সিবিলাকে এই কথা মনত ৰাখি, মিত্যুৰ পৰা উঠানৰ কি অৰ্থ, তাক অপেনাবিলাকৰ মজিত বিবেচনা কৰিলে। ১১ পাচে সিবিলাকে তেঁওত সুধিলে, অগেয়ে এলিয়া আহিব লগা, অধ্যাপকবিলাকে কিয় কই। ১২ তাতে তেঁও সমি- ৩৭