পৃষ্ঠা:New Testament in Assamese.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধি॥ ৭৭ ১৮ চকু থাকে- 28 GO- 661 1 বিবেচনা কৰি বুলিলে, আমাৰ লগত পিঠা নাইকিয়া দেখি তেও এই কথা কৈচে। ১৭ য়িচুএ তাকে বুজি নিৰিলাকত কলে, তোমোলাকৰ লগত পিঠা নাইকিয়াত কিয় এনে বিবেচনা ক তোমোলাকে নেজানা, নুবুজ। নে? এতিয়ালৈকো তোমোলাকৰ মন টান হৈ আচে নে? তেও নেদেখা নে? কান থাকেঁতেও নুসুনা, অৰুি মনতো নপৰে নে? ১৯ মই জেতিয়া পাঁচ হেজাৰ মানুহৰ মাজত পাঁচোটা পিঠা ভাঙ্গি দিলো, তেতিয়া তোমোলাকে অগিলিকাৰে কেইটা পাচি ভৰাই ললা: সিবিলাকে কলে, বৰেটা পাচি। ২০ আৰু জেতিয়া চাৰি হেজাৰ মানুহৰ মাজত সা- তোটা পিঠা ভাঙ্গি দিলে, তেতিয়াও অগলিকাৰে কেইটা পাচি ভৰাই ললা? সিবিলাকে কলে, সাতোটা পাচি। ২: তেতিয়া তেঁও কলে, তেন্তে তোমোলাকে মোৰ কথা কিয় নুবুজা : ২২ পাচে তেঁও বৈতচৈদা গাঁৱলৈ আহিলত লোকবিলাকে তেঁওৰ ওচ- বলৈ এটা কনা মানুহক আনি, তাক চুবলৈ তেওক প্ৰাৰ্থনা কৰিলে। ২৩ তাতে তেঁও কনাৰ হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গল; পাড়ে তাৰ চকুত থুই দিলে, আৰু গতি হাত দি সুধিলে, কিবা দেখিচা নে? তিয়া সি চকু মেলি চাই কলে, গচৰ নিচিনা মানুহবোৰক ফুৰিবৰ দেখি- ২৫ তাতে য়িচু তাৰ চকুত আকও হাত দি তকি ওপৰলৈ চোঅ- লত, সি স্বস্থ হৈ প্ৰকাস ৰুপে সকলোকে দেখিবলৈ পালে। ২৬ পাচে য়িচুএ তাকি আপোনাৰ ঘৰলৈ পঠাই দি কলে, গাঁৱলৈ নেজাবা, আৰু গাঁৱৰ কোনো মানুহত এই কথা নকবা। ২৭ পাচে খিচুএ সিস্যবিলাকে সৈতে কৈচৰিয়া ফিলিপৰ ওচৰৰ গাওঁবিলাক- লৈ গৈ, বাটতে সিবিলাকত সুধিলে, বোলে, মানুহবিলাকে মোক কোন বোলে? ২৮ সিবিলাকে সমিধান দি কলে, য়োহান বুৰ দিওঅ বোলে; কোনোবো- ৰে এলিয় বোলে; অনি কোনোবোৰে বোলে, ভবিস্যত বক্তাবিলাকৰ মাজৰ এজন। ২৯ তেতিয়া তেঁও সিবিলাকত সুধিলে, কিন্তু তোমোলাকে নো মোক কোন বোলা? তাতে পিতৰে উতৰ কৰিলে, তুমি খ্ৰিষ্ট। তেতিয়া তেঁওৰ কথা কাতো নকবলৈ তেঁও সিবিলাকক দৃিঢ় অগ্য কৰিলে। পাচে মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব, আৰু ব্ৰিধ লোক, প্ৰধান পোৰাহিত, অধ্যাপকবিলাকৰ পৰা হেলা কৰা হৈ সেসত বধ কৰা হব, অৰু তিন দিনৰ পাচে আকও উঠিব, এই কথা তেও সিবিলা- কক সিকাবলৈ ধৰিলে। ৩২ সেই কথা প্ৰকাস ৰুপে কলত পিতৰে তেঁওক মাতি আনি নুই কৰিব ধৰিলে। ৩৩ কিন্তু তেঁও ঘৰি আপোনাৰ সিস্য- বিলাকলৈ চাই, পিতক ডাবি দি কলে, সত্ৰু, মোৰ পাচলৈ জা; ইস্ব কথাত তোৰ অৰুচি, মানুহৰ কথতিহে ৰুচি।