পৃষ্ঠা:New Testament in Assamese.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অধি)। ধান দি কলে, এলিয়া অগেয়ে আহি সকলোকে সিধি কৰে, হই; আৰু অনেক অনেক দুখ পাই অৱহেলা কৰা হব, মানুহৰ পুত্ৰৰ অৰ্থেও এই কথা নো কেনেকৈ লিখা আচে? ১৩ কিন্তু মই তোমোলকিত কৈছো, এলিয়াও আহিল, আৰু তেঁওৰ তাৰ্থে জেনেকৈ লিখা আচে, তেনেকৈ মানুহ- বিলাকে অপিপানাৰ ইচাৰ দৰে তেঁওলৈ কৰিলে। ১৪ পাচে তেঁও সিস্যবিলাকৰ ওচৰলৈ আহি, সিবিলাকৰ চাৰিও ফালে বহু মানুহ থকা, আৰু অধ্যাপকবোৰে সিবিলাকে সৈতে বাদ বিচাৰ কৰা দেখিলে। ১৫ তাতে সকলো মানুহে তেওক দেখিলতেই বিস্মই হৈ ওচৰ- লৈ লৰি গৈ তেঁওক নমস্কাৰ কৰিলে। ১৬ তেতিয়া য়িচুএ অধ্যাপকবি- লাকিত সুধিলে, তোমোলাকে কি কথাত ইবিলাকৰ লগত বাদ বিচাৰ কৰি- চা? ১৭ তাতে সমুহৰ এজন মানুহে উতৰ কৰি কলে, হে গুৰু, আঁকা ভুতে পোঅ মোৰ এটি লৰাক আপোনাৰ ওচৰলৈ আনিলে॥ ১৮ সেই ভূতে জতে জতে তাক ধৰে, তাতে মুচৰি পেলাই; আৰু তাৰ মুখে ফেন ওলাই, দাঁত কৰচে, আৰু খিনই জাই; এই হেতুকে ভুত খেদাবৰ নিমি- তে আপোনাৰ সিদ্যবিলাকৰ আগত নিবেদন কৰিলে, কিন্তু সিবিলাকে নোঅৰিলে। ১৯ তেতিয়া তেঁও উতৰ কৰি সিবিলাকত কলে, হেৰা অবিস্বা- সি বঙ্গহ, মই তোমোলাকৰ লগত কেতে দিন থাকিম তোমোলাকক নো কেতে দিন সহিম? মোৰ ওচৰলৈ তকি অনা। ২০ তাতে তেঁওৰ ওচৰলৈ তাক আনিলে, কিন্তু ভুতে তেঁওক দেখি লৰাক টেপমিাৰি ধৰাত সি মাটিত পৰি মুখে ফেন ওলাই চটফট কৰিব ধৰিলে। ২১ তেতিয়া তেঁও তাৰ বাপেকত সুধিলে, ইয়াৰ এনে হবৰ কিমান দিন হল? তাতে সি বুলিলে, লৰা কালৰে পৰা হৈচে। ২২ ভূতে তাক নষ্ট কৰিবলৈ অনেক বাৰ জুইত আৰু পানিত পেলাই; কিন্তু আপনি জদি কিব। কৰিব পাৰে, আমাক ক্ৰিপ কৰি উপকাৰ কৰোক। ২৩ য়িচু তাক কলে, তুমি জদি বিশ্বাস কৰা, তেন্তে হব পাৰে; বিস্বাস কৰা মানুহলৈ সকলো কম সাধ্য হই। ২৪ তেতিয়াই সেই লৰাৰ বাপেকে কান্দি কান্দি এটাহ পাৰি কলে, [হে প্ৰভু, বিশ্বাস কৰিঠে; মোৰ অবিস্বসিক বিস্বাস কৰোক। ২৫ পাচে য়িচুএ মানুহ সমুহক একে লগে লৰি অ- হিবৰ দেখি, সেই অসুচি ভুতক ডাবি দি কলে, ঐ আঁকৰা কলা ভুত, ইয়াৰ পৰা বাহিৰ ওলা, আৰু কোনো কালে অকিও নোসোমাবি, মই তোক এই অগ্য দিচেঁ। ২৬ তেতিয়া তুতে এটাহ পাৰি লৰাক মোচোৰা মাৰি বাহিৰ ওলাল, আৰু লৰা মৰাৰ নিচিনা হল; তাতে অনেকে বুলিলে, সি মৰিল। ২৭ কিন্তু য়িচুএ হাতত ধৰি তাক তুলি- লত সি উঠিল। ২৮ পাচে য়িচুএ ঘৰ সোমালত তেঁওৰ সিস্যবিলাকে গুপুতে তেঁওত সুধিলে, আমি তাক কিয় খেদাব নোআৰিলে। ২৯ তাতে .