পৃষ্ঠা:New Testament in Assamese.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাক। বিলকি সকত অগ্যি1 দিলে; কিন্তু তেঁও জিমনি নিসেধ কৰিলে, সি- বিলাকে সেইমান অধিককৈ জনালে; ৩৭ আৰু অতি বিস্মই পাই বুলিলে, তেও সকলো কম সজ কপে কৰিলে; কলাকে। সুনিবলৈ অৰু খে- নাকো কথা কবলৈ সক্তি দিচে। ৮ অধি)। সেই কালত তেঁওৰ ওচৰত মানুহৰ সমুহ সহ হলত, সিবিলাকৰ খাবলৈ একো নাইকিয়াত চিএ আপোনাৰ সিস্যবিলাকক মাতি কলে, ২ এই মানুহ সমুহলৈ মোৰ মৰম লাগিচে; কিয়নো সিবিলাক এতিয়া মোৰ লগত তিন দিন অচে, আৰু খাবলৈ একো নাই; ৩ আৰু সিবিলাকৰ কেত- বোৰ দূৰৈৰ পৰা আহিছে; এই হেতুকে মই জদি সিবিল কিক অপেনি অ পোন ঘৰলৈ লঘোনে পাটো, বাটত গা বহি জাব। ৪. সিস্যবিলাকে উতৰ কৰিলে, হাবিৰ মাজত এই সকলোকে ত্ৰিপ্তি কৰাবলৈ এতেক পিঠা কোনে কত পাব? তাতে তেঁও সুধিলে, তোমোলাকৰ কেইটামান পিঠা অচে? সিবিলাকে কলে, সাতোটা। ৬ তেতিয়া তেঁও মানুহবিলাকক মাটি- তে বহিবলৈ অগিতা দিলে; পাঁচে সেই সাতোটা পিঠা লৈ, তেঁও অসিবাদ কৰি ভাঙ্গি মানুহবিল কিক বিলাই দিবলৈ সিস্যবিলাকৰ হাতত দিলে, তাতে সিবল কে মানুহবোৰক বঁটি দিলে। ৭ আৰু সিবিলাকৰ কেতবোৰ সৰু মাচো অ চিল, তেঁও সেইবোৰকো লৈ আসিবাদ কৰি মানুহৰ আগত দিব লৈ অগ্য কৰিলে। ৮ তাতে মানুহবিলাকে খাই ত্ৰিপ্তি পালে; পাচে খোঅৰি অগিলিকৰে সাতোটা পাচি ভৰাই ললে। ৯ জিবিলাকে খালে, সেই বলাক চা। ৰ হেজাৰ মান হৈচিল। পাচে তেঁও সিবিলাকক বিদাই দিলে। ১৩ তেতিয়াই সিস্যবিলাকে সৈতে তেঁও নাৱত উঠি দাম নুথাৰ সিমালৈ তাতে ফিচিবিলাকে অহি তেঁৰে সৈতে বাদ বিচাৰ লগাই, পৰিখাৰ নিমিতে তেঁওৰ দোঅৰিাই আকসিৰ পৰা এটা চিন দেখিব খুজি- তাতে তেঁও বিদয়ৰ পৰা হুমুনিয়াহ চাৰি বুলিলে, এই লোক- বিলাকে কিয় চিন চাবলৈ বিচাৰে। তোমোলাকিত মই স্বপকৈ কও, এই মানুহ লাকক একে চিন দেখাই দিয়া নহব। ১৩ পাচে তেঁও সিহঁতক এৰি আকও নাৱত উঠি সিপাৰলৈ গল। ১৪ সেই কালত সিস্যলিকে পিঠা অনিবলৈ পাহৰি আহিছিলে, অৰু নাৱত সিবিলাকৰ এটা পিঠা মাথোন আচিল। ১৫ তেতিয়া য়িচুএ সিবি- লাকক আগ্য কৰি কলে, তোমোলাকে ফিচিবিলাক আৰু হেৰোদৰ খমিবলৈ সাবধানে চাই থাকিব। ১৬ তাতে সিবিলাকে ইজনে সিজনে গল।