পৃষ্ঠা:New Testament in Assamese.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ অধি। 95 ২ ০ কথা সুনা আৰু বুজা। ১৫ বাহিৰৰ পৰা ভিতৰলৈ সোমাই মানুহক অসুচি কৰিব পৰা, এনে কোনো বস্তু নাই; কিন্তু ভিতৰ পৰা বাহিৰলৈ জিবি- লাক ওলাই, সেইবিলাকেহে মানুহক অসুচি কৰে। জাৰ সুনিবলৈ কান আচে, সি সুনেকি। ১৭ পাচে তেঁও সমুহৰ মাজৰ পৰা গৈ ঘৰ সোমালত, সিস্যবিলাকে সেই দুিষ্টান্তৰ অৰ্থ সুধিলে। ১৮ তাতে তেঁও সিবিলাকত কলে, তোমোলাকো এইমান অগিয়ান নে? কোনো বস্তু বা হৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অসুচি কৰিব নোঅৰে, ইয়াক তোমোলাকে বুজা নাই নে? ১৯ সি তাৰ চিতত নোসোমাই; কিন্তু পেটৰ ভিতৰলৈ সো- মাই, পাচে সকলো খোআ বস্তুৰ সুচি কৰা সৌচৰ ঠাইত বাহিৰ হৈ আৰু তেঁও কলে, মানুহৰ পৰা জি ওলাই, সেয়েই মানুহক অসুচি কবে; ২১ কিয়নো ভিতৰৰ পৰা অৰ্থাত মানুহৰ চিতৰ পৰা কুচিন্তা, পৰ তিৰি হন, বেস্যা গমন, মানুহ মৰ1, ২২ চুৰ কৰা, লোভ, হি - সা, ভাণ্ডনা, কাম, অসুয়া, নিন্দা, গৰ্ব, মোহ, এইবিলাক ওলাই। ২৩ এই সকলো কুচিত কথাই ভিতৰৰ পৰা বাহিৰ হৈ মানুহক অসুচি কৰে। ২৪ পাচে তেঁও উঠি সেই ঠাইৰ পৰা চোৰ আৰু চিদোনৰ সিমালৈ গল। তাতে এটা ঘৰত সোমাই কোনেও নজনাকৈ থাকিবলৈ মন কৰি- লে, কিন্তু গুপূত হৈ থাকিব নোআৰিলে। ২৫ কিয়নো চুৰ ফিনিকি দেসি এজনি গিক তিৰোতাৰ অসুচি ভুতে পোঅ সৰু জিয়েক এটি আচিল; ২৬ সেই তিৰোতাই তেঁওৰ কথা সুনি ওচৰলৈ আহি তেওৰ চৰনত পৰি, আপোনাৰ জিয়েকৰ পৰা ভুত খেদাবলৈ তেঁওক মিনতি কৰিলে। ২৭ কিন্তু য়িচু তাইত কলে, প্ৰথমতে লৰাবোৰ ত্ৰিপ্তি হওক; কিয়নো লৰাৰ খোজ বস্তু লৈ কুকুৰৰ অগিত পেলাই দিয়া উচিত নহই। ২৮ তেতিয়া তাই সমি- ধান দি কলে, স্বৰুপ, প্ৰভু; কিন্তু মেজৰ তলত থকা কুকুৰেও ৰাৰ হাতৰ পৰা উফ ৰ পৰাবোৰক খাবলৈ পাই। ২৯ তাতে তেঁও কলে, এই কথাৰ নিমিতে কুসলে জোআ; তোমাৰ ডিয়াৰ পৰা ভুত বাহিৰ হৈ গল। ৩০ পচে সেই তিৰোতাই আপোনাৰ ঘৰলৈ গল ভুতে এৰি জোআ, অৰুি জিয়েককে সজাত সুই থকা দেখিলে। ৩১ তেঁও আকও চোৰ আৰু চিদোনৰ সিমা এৰি গৈ, দেকা পলিৰ সি- মাইদি গালিলৰ সাগৰৰ ওচৰলৈ আহিল। ৩২ তেতিয়া লোকবিলাকে এটা কলা খোনা মানুহক তেঁওৰ ওচৰলৈ আনি, তাৰ গাত হাত দিবলৈ তেওক মিনতি কৰিলে। ৩৩ তাতে সমূহৰ পৰা তাক আঁতৰাই নি, আপোনাৰ অঙ্গুলি তাৰ দুই কানত দিলে, পচে থুই দি তাৰ জিবা চুলে; স্বৰগৰ ফাললৈ চাই হুমুনিয়াহ চাৰি বুলিলে, ইফতহ, অৰ্থাত মুকলি হওক। ৩৫ তেতিয়াই তাৰ কান মুকলি হল, আৰু জিবাৰো বান্ধ গুচিলত সি নিচিদ্ৰ ৰুপে কথা কব ধৰিলে। ৩৬ পাচে, এই কথা কাতো নকবলৈ তেও সি 1 - ৩৪