পৃষ্ঠা:New Testament in Assamese.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। মুলি চৈধ্য পুৰুস, আৰু দাৱিদৰ পৰা বাবেললৈ নিয়ালৈকে চৈধ্য পুস, আৰু বাবেললৈ নিয়াৰ পৰাও খ্ৰিষ্টলৈকে চৈধ্য পুৰুস। | ৰিচ খিষ্টৰ জনম এই ৰুপ হৈচিল। তেঁওৰ মাক মাৰিয়ামক ৰোচেফলৈ দান কৰা হলত সিবিলাকে সঙ্গ লোআৰ আগেয়েই তেঁওক পবিত্ৰ আত্মাৰ পৰা গভৱিতি হোঅ পালে। ১১ তাতে তেঁওৰ স্বামি য়োচেকে পৰমাৰ্থিক, মানুহ হৈ তেঁওৰ দুজস প্ৰকাশ কৰিবলৈ ইচা ন কৰি গপতে এৰিবলৈ মন কৰিলে। ২০ কিন্তু দেখা, তেঁও ইয়াকে চিন্তা কৰোঁতেই ইৰৰ দতে সপোনত দেখা দি কলে, হে দাৰিদৰ সন্তান য়োচেফ, তুমি আপোনাৰ তিৰোতা মাৰিয়ামক লবলৈ ভই নকৰিবা; কিয়নো তেঁওৰ গৰ্ভত জি ধৰিন হৈ আচে, সেয়ে পবিত্ৰ আত্মাৰ পৰা হৈছে। ২১ তেঁও পুত্ৰ জনমাৰ আৰু তুমি তেঁওৰ নাম মিচ (অৰ্থাত এনিকতা ) থবা; কিয়নো তেঁও অপপানাৰ লো- কক সিহঁতৰ পাপৰ পৰা উধাৰ কৰিব। ২২ তাতে ইসুবৰ জি কথা ভবিস্যত বক্তাৰ দোঅৰিাই কোআইচিল, ২৩ দেখা, এজনি কন্যা গৰ্ভাৱতি হৈ পুত্ৰ জনমবি; অৰুি তেঁওৰ নাম ইমানুএল দিয়া হব, অৰ্থাত আমাৰ লগত ইম্বৰ, সেই কথা সিধি হল। ২৪ পচে য়োচেফে টোপনিৰ পৰা উঠি ইস্য- ৰৰ দুতে পঁচাৰ দৰে কৰি আপোনাৰ ভাজাক ললে; ২৫ কিন্তু তেঁওৰ সেই পুত্ৰ নোপজালৈকে সি তেঁওৰ সংগত নহল; সেই পুত্ৰৰ নাম য়িচু থলে। { অধি।। হেৰেদি ৰজাৰ দিনত য়িহুদা দেসৰ বৈলেহেম নগৰত মিচুৰ জনম হোয়। কালত দেখা, পুব ফালৰ পৰা কেতবিলাক গিয়ানি লোক য়িৰুচলমলৈ। আহি কলে, ২ য়িহুদিবিলাকৰ জি জন ৰজা জনমিচে, তেঁও কত? কিয়- নে। আমি পুব দেসত তেঁওৰ তৰা দেখা পাই, তেঁওক সেৱা কৰিবলৈ আ- হিছে। ৩ এই কথা সুনি হেৰেদি ৰজাৰ আৰু তেঁৱে সৈতে ৰিচালমত থকা সবাৰো মনত উগল থগল লাগিল। ৪ তাতে তেঁও সকলো প্ৰধান পোৰোহিত আৰু মানুহবিলাকৰ অধ্যাপক সকলক গোটাই, খিষ্ট কোন ঠাইত জনমিব, এই কথা সুধিলে। ৫ সিলিকে কলে, য়িহুদা দেশৰ বৈলেহেম নগত; কিয়নো ভবিস্যত বক্তাৰ দোঅৰিাই এই ৰুপে লিখ। অচে, ৬ হে য়িহুদা দেসৰ বৈলেহেম, তুমি য়িহুদাৰ সকলো ৰাজ নগ- ৰৰ মাজত সৰু নোহোআ; কিয়নো জি জনে মোৰ ইসায়েল লোকক প্ৰতি পালন কৰিব, এনে এজন অধিকাৰ তোমাৰ মাজৰ পৰা ওলাব। ৭ তেতি- যা ইৰোদে সেই গিয়ানিবিলাকক গুপুতে মাতি, সেই তৰা কোন সময়ত দেখা গল, ইয়াক ঠিক কৰি সুধিলে। ৮ পাচে তেঁও সিবিলাকক বৈত- লেহেমলৈ পঠাই দি কলে, তোমোলাকে গৈ জতন কৰি লৰাক বিচাৰ;