পৃষ্ঠা:New Testament in Assamese.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ তেঁও তাকি সিবিলাকত কান, গচাৰ ওপৰত নথৈ, দোনৰ বা খ- টৰ তলত থবলৈ ঢাকি অনে, নে? ২২ কিয়নো জি প্ৰকাস নহব, এনে কোনো গুপ্ত বস্তু নাই; অ জি পহবলৈ নাহিব, এনে কোনো লুকু বস্থ নাই। ২৩ জৰ সুনিবলৈ কান অচে, সি সুনেকি। ২৪ আৰু তেঁও সিবিলাকত বলে, তোমোলাকে জি জি কথা সুনা, তালৈ সাৱধান হোঅ; কিয়নো তোমোলাকে জি জোখেৰে জোখা, সেই জেখি তোমোলাকলৈকে দিয়া হব। আৰু মন দিয়া জি ভোমোলাক, তোমোলকিক অধিক দিয়া হব; ২৫ কিয়নো জাৰ আচে, তাক আৰু দিয়া হব, কিন্তু জৰি নাই, তাৰ জিজ আছে, তাকো তাৰ পৰা নিয়া হব। ২৬ পাঁচে তেঁও অকিও কলে, এটা মানুহে মাটিত কঠিয়া সিঁচিলত, ২৭ বাতিয়ে দিনে সুই জাগি থাকে, এনে সময়ত সেই কঠিয়া কেনেকৈ গজি বাহে, তাক লি নে জানে; ২৮ কিয়নো প্ৰথমতে পতি, পাচে টেই, তাৰ পাচে চেঁইৰ ভিতৰত পুৰ হোআ গুটি প্ৰিথিবিয়ে অপুনি ধৰাই; ২৯ তাতে গটি পকিলে সহ হল জেন জানি, সি তেতিয়াই কাচি লগাই; এনে ইশ্বৰৰ ৰাজ্য। পাচে তেঁও অকিও কলে, ইহৰৰ ৰজি কাবে ভুল কৰিম? বা তাৰ উপমা কি দিম? ৩১ সেই ৰাজ্য এটি সৰিয়হৰ নিচিনা, তাক মাটিত সিঁচি, বৰ কালত প্ৰিথিবিৰ অটাই গুটিতকৈ সৰু, ৩২ কিন্তু বোআৰ পাচে সি গজি ৰাহি অটাই সকিতকৈ ডাঙ্গৰ হই, আৰু তাৰ পঁয়তি চৰাইবোৰ থাকিব পৰা, এনে বৰ ডলি ধৰে। ৩৩ লিবিলাকে বুজিব পৰাকৈ তেঁও এনে অনেক দুিষ্টাতেৰে উপদেস দিলে, ৩৪ অ িদ্ৰিষ্টান্ত নিদিয়াকৈ সিবিলাকত একো কথা নকলে; পাচে নিৰ্জন হলত আপোনাৰ সিদ্যবিলকিত সকলো কথাৰ অৰ্থ বুজালে। ৩৫ সেই দিনাৰ গধূলি বেলা তেঁও সিবিলাকক বুলিলে, আঁহা, অমি সি- পাৰ লৈ জওহঁক। ৩৬ তেতিয়া সিবিলাকে মানুহ সমুহক বিদাই দি, নাৱত থকাৰেই তেঁওক লৈ গল। আৰু আন নাওবোৰে তেঁওৰ লগত আচিল। ৩৭ পাচে বৰ ধুমুহা বতাহ হলত ঢৌৰ কোব নাৱত লাগি পানিৰে ভৰা ৩৮ তেতিয়া তেঁও নাৱৰ গুৰি ফালে গতি মুৰ দি টোপনিতে অ- চিল। এই হেতুকে সিবিলাকে তেঁওক জগাই কলে, হে গুৰু, আমি মৰে- হে, ইয়ালৈ আপোনাৰ চিন্তা নাই নে? ৩১ তেতিয়া তেঁও উঠি বতাহক ডবিয়ালে, আৰু সাগৰতো কলে, থিৰ হৈ সান্তে থাকা! তাতে বতাহ গুচিল, সাগৰো অতি নিৰ্মল হল। তেতিয়া তেঁও সিবিলাকত কলে, তোমোলকি কি কানে এইমান ভয়াতুৰ হোআ? তোমোলৰ বিস্বাস নাইকিয়া কিয়? তাতে সিবিলাকে অতিসই ভই পাই ইটে সিটে কলে, বোলে, এও নে। কেনে মানুহ, বতাহ আৰু সাগৰেও জে এওৰ কথা মানে! হল। ৪ ০ ৪১