পৃষ্ঠা:New Testament in Assamese.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধি। পাচে সিবিলাকে সাগৰ পাৰ হৈ গাদাৰা দেস পাই, ২ নাৱৰ পৰা উঠি. লতেই অসুচি ভুতে পোঅ এটা মানুহে মৈদামৰ পৰা আহি তেঁওৰ সখ্যাত ৩ সেই মানুহৰ নিবাস মৈদামৰ মাজত আচিল, আৰু কোনেও তাক ডিজিৰিৰে বান্ধি ৰাখিব নোতাৰিলে। ৪ তাক বাৰে বাৰে লোঅ আৰু জিজিৰিৰে বান্ধিছিল, কিন্তু সি জিজিবি চিঙ্গি লেঅিাও ডোখৰ ডোখৰ কৰাত কোনেও তকি দমিব নেতাৰে। ৫ আৰু ৰাতিএ দিনে সদাই সি মৈদামত আৰু পৰ্বতত থাকি এটাহ পাৰি আপোনাকে আপুনি সিলেৰে কাটচিল। ৬ সি দুৰৈত য়িচুক দেখিয়েই লৰি গৈ তেওক সেৱা কৰি, বৰকৈ এটাহ পাৰি কলে, ৭ হে সৰ্বোপৰি ইস্বৰৰ পুত্ৰ খ্ৰিচু; তোমাৰ লগত মোৰ কি কাম? মই তোমাক ইস্বৰৰ সপত দিচেঁা, মোক জাতনা ন কবি। ৮ কিয়নো মিচুএ তাত কৈচিলে, হেৰৈ অসুচি ভুত, এই মানু- হৰ পৰা বাহিৰ ওলাঁ। ১ পাচে তেঁও ততি সুধিলে, তোৰ কি নাম? তাতে সি তেঁওত কলে, মোৰ নাম বাহিনি; কিয়নো আমি অনেক অটো। ১০ পচে তেঁও জেন দেশৰ পৰা সিহঁতক নেখেদে, এই নিমিতে তেঁওৰ আগত অনেক প্ৰাৰ্থনা কৰিলে। ১১ সেই কালত পৰ্বতৰ ওচৰত বৰ এজাক গাহৰি চৰি আচিল। ১২ তাতে ভুতবিলাকে মিনতি কৰি কলে, আমি এই গাহৰি জাকত জেন সোমাও, তালৈকে অমাক পাঁচি দিক। ১৩ তেতিয়া চুি এ অনুমতি দিলত সেই সুচি ভুতবিলাকে বাহিৰ ওলাই গাহৰি জাকত সোমালগৈ; তাতে দুহেজাৰ মান গাহৰি থক। সেই জকি বৰকৈ লৰি গৈ গৰাৰ পৰা সাগৰত পৰি পানিত মৰিল। ৰখিয়াবোৰে পলাই, নগৰ আৰু চহৰতো এই কথা কলেগৈ। তেতিয়া জি ঘটিচিল, তীক চাবলৈ মানুহবিলাক ওলাই, ১৫ মিচুৰ ওচৰলৈ আহি সেই বাহিনি লেখৰ ভূতে পেআটক কাপৰ পিন্ধি গিয়ান পাই বহি থাকিবৰ দেখি, ভই পালে। ১৬ পাচে দেখাবিলাকে সেই ভুতে পোঅ মানুহৰ আৰু গাহৰি জাকৰ ঘটনাৰ কথা কলত, ১৭ সিহঁতৰ সিমীৰ পৰা জাবলৈ তেঁওক মিনতি কৰিব ধৰিলে। ১৮ পীচে তেঁও নাৱত উঠোতে সেই ভুতে পেঅি মানুহে তেঁওৰ লগত থাকিবলৈ প্ৰাৰ্থনা কৰিলে। ১৯ কিন্তু য়িচু তাক অনুমতি নিদি বুলিলে, তুমি আপোনাৰ পৰিয়াললৈ ঘৰে জোআ, অৰুি প্ৰভু তোমাক দায়া কৰি জেনে মহত কম কৰিলে, তাকে সিবি- লাকত কোআগৈ। ২০ তেতিয়া সেই ঠাইৰ পৰা গৈ, তাৰ নিমিতে য়িচূএ জি মহত কৰম কৰিলে, তাক দেকাপলি দেশত প্ৰকাকৈ কবলৈ ধৰিলে; তাতে সকলোএ বিস্মই মানিলে। ২১ পাচে য়িচুএ নবিৰে অকও সি পাৰলৈ গলত সাগৰৰ তিৰত থা. ১৪। পাচে