পৃষ্ঠা:New Testament in Assamese.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মকি ৬৭ ৪ অধ্যা। ৩ পাচে তেঁও সাগৰ তিৰত অকিও উপদেস দিব ধৰিলে; তাতে বহু মানুহ ওচৰ চাপিলত তেঁও সাগৰৰ মাজত এখান নাৱত উঠি বহিল; আৰু সক- লো মানুহ সাগৰ কাৰতে থাকিল। ২ তেতিয়া তেঁও পটন্তৰ দি অনেক কথা সিকাই উপদেসেৰে কলে, ৩ মন দি সুনা, এটা খেতিয়কে কঠিয়া সিচিবলৈ গল। ৪ সি কঠিয়া সিকোতে সিৰ্চোতে কেতলিকি বাটৰ কখি- ৰত পৰিল; তাতে [অকাসৰ] চৰাইবোৰে আহি তাক খুঁটি খুঁটি খালে। ৫ কেতবিলাক অলপ মাটি থকা সিলনিত পৰি, ডাঠ মাটি নোহোঅতি সোনকালে গজিল; ৬ কিন্তু বেলি ওলালত বদ লাগি তাৰ সিপা নো- হোঅতি সুকাই গল। ৭ আৰু কেতবোৰ কাঁইটনিত পৰিল, তাতে কাইট ব্যৰ্হি তাক হেচি ধৰাত তাৰ গুটি নহল। ৮ অনিবিলাক ভলি মাটিত পৰি গজি বাহি, কেতবোৰে ডেৰ কুৰি, কেতবোৰে তিনি কুৰি, কেতবোৰে এস গুনকৈ গুটি ধৰিলে। ৯ পাঁচে তেঁও সিবিলাকত কলে, জাৰ সুনিবলৈ কনি অচে, সি সুনেকি। ১০ পীচে নিজনি হলত তেঁওৰ লগৰবিলাকে বাৰে জন সিস্যে সৈতে তেঁওত সেই দৃিষ্টান্তৰ কথা সুধিলে। ১১ তেতিয়া তেঁও সিবি লাকত কলে, ইস্বৰৰ ৰাজ্যৰ গুপুত কথা জানিবলৈ তোমোলাকক দিয়া হৈচে; ১২ কিন্তু জিবিলাক বাহিৰে আচে, সেইবিলাকে দেখেতে দেখিলেও জেন নেজানে, আৰু সুনোতে সুনিলেও জেন নুবুজ, অৰুি মন পালটাত সিহতৰ পাপ জেন খেমা নহই, এই নিমিতে সিহঁতৰ অগিত এই সকলো কথা দৃিষ্টান্তেৰ কোঅ হৈছে। ১৩ পীচে তেঁও সিবিলাকত কলে, তোমোলাকে এই দৃিষ্টান্ত বুজা নাই নে? তেন্তে অনি সকলো দৃিষ্টান্ত কেনেকৈ বুজি? ১৪ কঠিয়া সিঁচা খেতিয়কে বাক্যৰ কঠিয়া সিচে। ১৫ বাটৰ কাখৰত পৰা কঠিয়াৰ অৰ্থ এই, তাতে বাক্য সিঁচাত কোনোবিলাকে জেতিয়া সুনে, তেতিয়াই চই- তানে আহি সিহঁতৰ মনত জি বাক্য চি। গল, তাক কাহি লৈ জাই। ১৬ আৰু সিলনিত সিচা কঠিয়াৰ অৰ্থ এই, কোনোবিলাকে কথ; সুনি- য়েই আনন্দেৰে লই, ১৭ কিন্তু আপোনাৰ মাজত সিপা নোহোঅতি অলপ দিন মাথোন থাকে, পাচে বাকৰ কানে দুখ বা তাৰনা হলে তালপতে বেজাৰ পাই। ১৮ আৰু কঁাইটনিত সিঁচা কঠিয়াৰ অৰ্থ এই, কোনোবিলা- কে কথা শুনি লত, ১৯ সংসাৰৰ চিন্তা, অৰু ধনৰ ভুল, আৰু অনি অনি বিসয়ৰ লোভ, এইবিলাকে সোমাই বাক্য হেচি ধৰে, তাতে সি বিফল হই। ২০ আৰু ভাল মাটিত সিচা কঠিয়াৰ অৰ্থ এই, জিবিলাকে কথা সুনি লই, সিবিলাকৰ কোনোবোৰে ডেৰ কুৰি, কোনোবোৰে তিনি কুৰি, কোনো- বোৰে এস গুনকৈ গটি ধৰে। 1