পৃষ্ঠা:New Testament in Assamese.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথিএ লিখা সুভ বাত্ৰা। ১ অধ্য। আবাহামৰ , সু সন্তান জি দাৱিদ, তেঁওৰ সন্তান য়িচু খ্ৰিষ্টৰ ওপৰ বৎসৱলি এই। ২ অব্ৰা- হামে ইচকিক জনমালে; ইচকে যাকোবক জনমালে; যাকোবে য়িহুদ। অৰু তেঁওৰ ভায়েকবিলাকক জনমালে; ৩ য়িহুদাই পেৰেচ আৰু জাৰাক তামাৰৰ গভত জনমালে; পেৰেচে হেসেনিক জনমালে; হেসোনে ৰামক জনমালে; ৪ ৰামে আমিনাদাবক জনমালে; আমিনাদাবে নাস্যোনক জন- মালে; নাস্যোনে চামেনিক জনমলে; ৫ চামোনে বেঅিজিক ৰাহাৰৰ গভত জনমালে; বেঅিজে ওবেদক ৰুথৰ গৰ্ভত জনমালে; ওবেদে য়িচইক জনমালে; ৬ ৰিচয়ে দাদি জকি জনমালে; উৰিয়াৰ জি ভাজ। অচিল, তেঁওৰ গৰ্ভত দাৰিদ ৰজাই চিলোমেনিক জনমালে; ৭ চিলেমোনে বিহ- বমিক জনমালে; ৰিহবামে আবিয়াক জনমালে; আবিয়াই আচাক জন- মালে; ৮ অচাই য়িহোস্যাফাতক জনমালে; যিহোস্যাফাতে যিহেৰামক জনমালে; যিহোৰামে উজিয়াক জনমালে; ৯ উজিয়াই য়োথমিক জনমালে; মেথিমে অহাজক জনমালে; আহাজে হিজিকিয়াক জনমালে; ১০ হিজি- কিয়াই মিনাচিক জনমালে; মিনাচিএ আমেনিক জনমালে; অমোনে য়ো- চিয়াক জানমালে; ১১ আৰু বীবেললৈ নিয়াৰ কালত য়োচিয়াই মিখানি- য়া আৰু তেঁওৰ ভায়েকবিলাকক জনমালে। ১২ বাবেললৈ নিয়াৰ পাচে ৰিখানিয়াই স্যালতিলক জনমলে; স্যাতিএলে জিবাবেলক জনমালে; ১৩ জিবাবেলে অবিহুদক জনমালে; অবিহুদে এলিয়াকিমক জনমালে; এলিয়াকিমে অজোৰক জনমালে; ১৪ অজোৰে চাদোকক জনমালে; চাদেীকে আখিমক জনমালে; অখিমে এলিহুদক জনমালে; ১৫ এলি- হুদে এলিয়জিক জনমালে; এলিয়াজৰে মথিনিক জনমালে;মথ বনে যা- কোৰক জনমালে; ১৬ য়াকোবে মাৰিয়ামৰ স্বামি য়োচেফক জনমলে; আৰু জি য়িচক খ্ৰিষ্ট (অৰ্থাত অভিসিক্ত জন) বোলে, তেঁও সেই মাৰিয়ামৰ গৰ্ভত জনমিল। ১৭ এই ৰুপে অবিহামৰ পৰা দাৰিদলৈকে অটায়ে-