পৃষ্ঠা:New Testament in Assamese.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মার্কে লিখা সুভ বাত্রা। ১ অধ্যা। ইসৰৰ পুত্র য়িচু খ্রিষ্টৰ সুভ বাত্রাৰ অৰম্ভন । ২ ভবিস্যত বক্তাৰ পুথিত জেনেকৈ লিখা অচে, দেখা, মই অ- পোনাৰ দতক তোমাতকৈ অগেয়ে পঁচি, সি তোমাৰ [ আগত] বাট ভাঁওতাব; ৩ আৰু হাবিৰ মাজত ৰিঙ্গিওঅ এজনৰ সবদ, প্রভৃৰ পথ জুগুত কৰা, তেঁওৰ আলি বাট পেনি কৰা; ৪ সেই ৰুপে য়ােহানে হাবিত বুৰ দিয়ালে, অাৰু পাপ খেমিবৰ নিমিতে মন পালটনৰ বুৰ দিওঅৰ কথা কির্তন কৰিলে। ৫ তীতে য়িহুদা দেশৰ আৰু য়িচালমত থকা আটাই মানুহে বাহিৰে তেঁওৰ ওচৰলৈ গৈ আপোনাৰ পাপ সৈ কহাত সকলোকে তেঁওৰ হতুআই য়দান নৈত বুৰ দিওঅ হল । ৬ সেই য়োহানে উটৰ নো- মৰ কপিৰ আৰু কঁকালত চলিৰ টঙ্গালি পিন্ধিচিলে, আৰু তেঁও কচু। ফৰিঙ্গ হাবিৰ মৌ খাই আচিল । ৭ তেঁও কির্তন কৰি কলে, জি জনৰ পইজাৰৰ বান্ধ মই তল মুৰ কৰি মেলিবৰো জোগ নহঁও, মোতকৈ ডাঙ্গ এনে এজন মোৰ পাচত আহিছে। ৮ মই তোমোলকিক পানিতে বুৰ দিয়ালে, কিন্তু তেঁও পবিত্র আত্মাতে তোমোলাকক বুৰ দিয়াব । ৯ সেই কালত য়িচু গালিল দেশৰ নচিবেতৰ পৰা আহি, য়োহানৰ হতুআই য়দানত বুৰ দিওআ হল । ১০ তেঁও পানিৰ পৰা উঠিলতেই স্বৰ- গৰ দুআৰ মুকলি হোঅ', অৰুি কপৗৰ নিচিনাকৈ আপোনাৰ ওপৰলৈ আত্মক নমা দেখিলে । ১১ আৰু তুমি মোৰ প্রিয় পুত্র, তেমতি মোৰ পৰম সন্তোস, এনে অকিসি বানি সুনা হল । ১২ তেতিয়াই হাবিৰ মাজ- লৈ আত্মই তেঁওক পঁচিলে । ১৩ পচে তেঁও দুকুৰি দিনলৈকে বনৰিয়া পহুৰ লগত হাবিতে থাকি চইতানে পৰিখ কৰা হল; আৰু স্বৰ্গৰ দুত বিলাকে তেঁওক সুসা কৰিলে । ১৪ য়োহানক বন্দিসালত থেআৰ পাচে য়িচুএ গালিল দেসলৈ গৈ, ৰৰ ৰাজ্যৰ সুভ বাত্রা কিতন কৰি কৰি কলে, ১৫ কাল সম্পূর্ন হৈচে, ইৰৰ ৰাজ্য ওচৰ হল; তোমোলাকে মন পলিটোঅ, অৰু সুভ বত্রিতি