পৃষ্ঠা:New Testament in Assamese.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মার্ক। লে। - বিস্বাস কৰা । ১৬ পচে তেঁও গালিলৰ সাগৰৰ ওচৰত ফুৰোঁতে চিমোন অাৰু তেঁওৰ ভায়েক আন্দ্রিয়া, এই দুজনক সাগৰত জলি বোঅ দেখিলে, কিয়নো সিবিলকি মাচ মৰিয়া আচিল । ১৭ তাতে য়িচূএ সিবিলকিত কলে, তোমোলাক মোৰ পাচত আঁহা, মই তোমেলিকিক মানুহ ধৰা কৰিম । ১৮ তেতিয়াই সিবিলাকে আপােনাৰ জলি এৰি পেলাই তেঁওৰ পাচত গল । ১৯ পাচে সেই ঠাইৰ পৰা অাৰু অলপ গৈ, জবিদিৰ পুতেক য়াকোব অি তেঁওৰ ভায়েক মোহনিক নাৱত জলি বাতিবৰ দেখিয়েই সিবিলাকক মাতি- ২০ তেতিয়া সিবিলাকেও অাপোনাৰ বাপেকক খৈয়াৰ লগত নাৱতে এৰি তেঁওৰ পাচত গল । ২১ পাচে সিবিলাকে কিফন হুমলৈ গলত তেঁও তেতিয়াই বিসমি বাৰে নামঘৰত সোমাই উপদেস দিলে । ২২ আৰু তেঁওৰ উপদেষত মানুহবিলাকে বিস্মই মানিলে, কিয়নাে তেঁও অধ্যাপকবিলাকৰ নিচিনাকৈ উপদেস নি- দি, সক্তিমন্ত জনৰ দৰে দিলে। ২৩ আৰু সেই নাম ঘৰতে অসুচি ভূতে পোঅ এটা মানুহ আচিল; সি এটহি পাৰি কলে, ২৪ ই নাচৰিয়া য়িচু, তোমাৰ লগত আমাৰ কি কম? তুমি আমাক নষ্ট কৰিবলৈ আহিলা নে ? তুমি জে ইসুৰৰ পবিত্ৰ জন, তাক মই জানো। ২৫ তেতিয়া য়িচু এ তাক ডাবি দি কলে, নিজম দি থাক, ইয়াৰ পৰা বাহিৰ ওলা। পাচে সেই অসুচি ভুতে তাক মুচিত কৰি বৰকৈ এটাহ পাৰি বাহিৰ ওললি। তাতে সকলো এ বিস্মই মানি, ইটে সিটে কোঅকুই কৰি সুধিলে, ই কি কথা? ই নে। কেনে নতুন উপদেস? কিয়নো এও সক্তিয়েৰে অসুচি ভুতকে অগ্যিা দিয়াত সিহঁতেও অগ্যি। মানে । ২৮ তেতিয়াই গালিলৰ চাৰিও ফালে তেঁওৰ জসস্য। বিয়াপি গল । ২৯ পচে নামঘৰৰ পৰা ওলীয়েই সিবিলাক যাকোব অাৰু য়োহানে সৈতে চিমোন অৰু অন্দ্ৰিয়াৰ ঘৰত সোমাল । তেতিয়া চিমোনৰ সাহু- এক জৰেৰে পৰি থকাত সিবিলাকে তাইৰ কথা তেঁওত জনালে । তেঁও আহি তাইৰ হাতত ধৰি তুলিলে ; তেতিয়াই তাইৰ জৰ এৰালত তাই সিবিলাকক সুসা কৰিলে । ৩২ পাচে বেলি মাৰ গলত গধুলিতে মানুহবিলাকে সকলো ৰুগিয়া আৰু ভূতে পেঅিবোৰক তেঁওৰ ওচৰলৈ অনিলে ; ৩৩ আৰু নগৰৰ অটাই মানুহ দুআৰতে গোট খালে । তাতে তেঁও নানা গিয়া অনেক মানু- হক স্বস্থ কৰিলে, আৰু ভালেমান ভুতকে খেদালে ; অ ভুক একে কথা কবলৈ নিদিলে, কিয়নো সিহঁতে তেঁওক জানিলে । পাচে অতি ৰাতি পুআই তেঁও উঠি বাহিৰ ওলাই নির্জন ঠাইলৈ গৈ তাতে প্রার্থনা কৰিলে । পাচে চিমোন অাৰু তেঁওৰ লগৰবিলাক য়িচুৰ পাচত গল । ৩৭ অাৰু সিবিলাকে তেঁওক পই কলে, অটাই মানুহে অপোনাক বিচা- ২৭ তাতে

৩৪