পৃষ্ঠা:New Testament in Assamese.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাখি । তাতে সিবিলাকে আহি তেঁওৰ চৰনত ধৰি সেরা কৰিলে । তেতিয় য়িচূএ সিবিলাকত কলে, ভই নকৰিবা; তােমোলাকে গৈ মোৰ ভাইবিলা- কক গালিললৈ জাবলৈ কোঅ, তাতে সিবিলাকে মেকি দেখা পাব। ১। পাচে তিৰোতাবিলাকে জঁওতে দেখা, বখিয়াহঁতৰ কোনো কোনো এ নগৰলৈ গৈ জি জি হৈচিল, সকলোকে প্রধান পোৰোহিতবিলাকৰ অগিত জনালেগৈ । ১২ তেতিয়া সিবিলাকে ব্ৰিধ লোকে সৈতে গোট খাই অলিচ কৰিলত ৰখিয়াবোৰক ভালেমান ৰুপ দি করলে, ১৩ অামাৰ টোপনি তা- হিলত তাৰ সিস্যবিলাকে বাতি অহি তাক চুৰ কৰি নিলে, তোমেলিকে এই কথা কবা । ১৪ আৰু এই কথা জদি অধিকারে সুনে, তেতিয়া আমি তেঁওক বুজাই বৰাই তোমোলাকক ৰাখিম । তাতে সিহঁতে খন লৈ সিকোঅৰ দৰেই কৰিলে ; অৰু এই দিনলৈকে য়িহুদিবিলাকৰ মাজত সেই কথা কোঅকুই কৰে । পাচে আঘেৰে জন সিস্যে গালিলৰ জি পর্বত চিত্র দেখাই থৈ- চিল, তালৈকে গলত, ১৭ সিবিলাকে তেঁওক দর্শন পাই সেৱা কৰিলে; কিন্তু কোনো কোনো সংসই কৰিচিল । ১৮ তেতিয়া রিচুএ সিবিলাকৰ ওচৰ- লৈ আহি কলে, স্বগত আৰু প্রিথিবিত সকলাে সক্তিকে মোক দিয়া হল। ১৯ এই হেতুকে তোমোলাকে জোআ, অৰু সমুদাই দেশৰ মানুহবিলাকক- সিস্য কৰি, পিত্ৰি আৰু পুত্ৰ অৰু পবিত্র আত্মাৰ নামেৰে সিবিলাকক আৰু মই জি জি অগি1 তোমোলাকক দিলে, সেই সক- লোকে পালন কৰিবলৈ সিবিলকিক উপদেশ দিয়া। দেখা, জগত সে লৈকে সদাই মই তোমোলাকৰ সঙ্গতে আছে। বুৰ দিওঅ; ২০