পৃষ্ঠা:New Testament in Assamese.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ ৬ - মাথি। তোম কি দেখাইচে। ৭৪ তাতে সি সাও আৰু সপত কৰিবলৈ ধৰি বুলি, লে, মই সেই মানুহক নিচিনাএই। নেই কোনতেই কুকুৰাই ডাক দিলে। ৭৫ তাতে কুকুই ডাক দিবৰ অগেয়ে, তুমি মোক তিনি বেলি আসৈ কৰিবা, এই জি কথা য়িচূএ কৈচিল, সেয়ে পিতৰৰ মনত পৰিল; তীতে সি বাহিৰলৈ গৈ অতি খেদেৰে ক্ৰন্দন কৰিলে। ২৭ অধ্য1 | 2 9 পাচে ৰাতি পতা ইলত প্ৰধান পোৰোহিতবিলাক অৰু ব্ৰিধ লোকে য়িক বধ কৰিবৰ নিমিতে তেঁওৰ অহিতে অলিচ কৰিলে। ২ পাঁচে তেঁওক বান্ধি লৈ পন্তিৰ পিলাত নামেৰে অধিকাৰৰ অগিলৈ নি তেঁওৰ হাতত সোধাই দিলে। ৩ তেতিয়া য়িক লোকৰ হাতত সোধাই দিয়া য়িহুদাই তেঁওৰ প্ৰান মাৰিবলৈ অগ্যি। কৰা জেন জানি, মনত খেদ পাই প্ৰধান পোৰোহিত তাৰু ব্ৰিধ লোকলৈ সেই ডেৰ কুৰি ৰুপ ওভেতিই আনি কলে, নিসিৰ তেজ লোকৰ হাতত সোধাই দিয়াতে মই পাপ কৰিলে। সিহঁতে বুলিলে, তত আমাৰ কি কাম? তাক তুমিয়েই চাবা। ৫ তেতিয়া য়িহুদাই মন্দিৰ মাজত সেই ৰুপ পেলাই দি তাৰ পৰ। গচি গৈ অপো- না অপুনি ফাহি গল। ৬ পাচে প্ৰধান পোৰোহিতবিলাকে সেই ৰুপ লৈ বুলিলে, ই তেজৰ বেচ হোঅ হেতুকে ভঁৰালত ৰখা উচিত নহই। তাতে সিহঁতে অলচ কৰি বিদেসি মানুহৰ মৈদাম কৰিবৰ নিমিতে সেই ধন দি কুমাৰ ৰ মাটি কিনিলে। ৮ এই কাৰনে এতিয়ালৈকে সেই মাটিক তেজৰ মাটি বুলি কই। এনে হলত য়িৰিমিয়া ভবিস্যত বক্তাই জি কথা কৈচিল, ইয়েলৰ সন্তানবিলাকে জি জনৰ দৰ কৰিলে, তেঁওৰ সেই দৰৰ ডেৰ কুৰি ৰুপ লৈ, প্ৰভুএ মোক অগ্যি। দিয়াৰ দৰে তাক দি কুমাৰৰ মাটি কিনিলো, সেই কথাই সিধি হল। ১: পাচে য়িচুএ অধিকাৰৰ আগত থিয় হলত অধিকাৰে সুধিলে, তুমি য়িহু দিবিলাকৰ ৰজা হোঅ নৈ? য়িচু এ বুলিলে তুমি স্বৰুপ কৈচা। ১২ কিন্তু প্ৰধান পোৰোহিত আৰু ব্ৰিধ লোকে তেঁওক অনেক অপবাদ দিলতো তেঁও একো উতৰ নকৰিলে। ১৩ তাতে পিলাতে তেঁওত কলে, ইবিলাকে তোমাৰ অহিতে কিমান দোসৰ প্ৰমান দিচে, তাক তুমি সুনা নাই নে? ১৪ তথাপি তেঁও একেসাৰে উতৰ নকৰাত অধিকাৰে বৰ ৰিস্মই মানিলে। ১৫ সেই পবব সময়ত মানুহবিলাকে জি কোনো বলিয়াৰক ইচা কৰে, অধিকাৰে তাকে সিবিলাকলৈ মুকলি কৰে, তেঁওৰ এনে দগুৰ অচিল। -