পৃষ্ঠা:New Testament in Assamese.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ অধি] । ৫৫ aby ৬১ কিন্তু সেস নধৰিলা । ৫৬ কিন্তু ভবিস্যত বক্তা সকলৰ সাস্ত্র সিধি হৰ নিমিতেই এই সকলো কথা ঘটিল। তেতিয়া সকলো সিস্যে তেঁওক এৰি পলাই গল। ৫৭ পাচে অধ্যাপক অাৰু ব্রিলোকে জি ঠাইত গোট খাই আচিল, তালৈকে য়িচুক ধৰাবিলাকে কায়ফা নামেৰে বৰ পেৰোহিতৰ ওচৰলৈ তেঁওক লৈ গল । অাৰু পিতৰে বৰ পোৰোহিতৰ চৰালৈকে নিল- গেদি তেঁওৰ পচে পচে গৈ তীতে সোমাই, সেসত কি হব, তাক দেখি. বৰ নিমিতে বন্দিবোৰৰ লগত বহিল । ৫৯ তেতিয়া প্রধান পোৰোহিতবিলকি, ব্ৰিধ লোক অাৰু মেনু অই সক লে িয়িচুক বধ কৰিবৰ নিমিতে মিচা সাখি বিচাৰিলে, অাৰু অনেক মিচা সাখি আহিলতো সিহঁতৰ পৰা প্রমান নেপালে । দুটা মিচা সাখি আহি বুলিলে, এই মানুহে কৈচিল, মই ইস্বৰৰ মন্দিৰ নষ্ট কৰি তিন দিনৰ ভিতৰতে তাক অকিও সজিব পাৰে।। ৬২ তেতিয়া বৰ পেৰোহিতে উঠি তেঁওত কলে, তুমি ইয়াৰ একো উতৰ নকৰা নে? তােমাৰ অহিতে ইবিলাকে কেনে প্রমান দিচে: ৬৩ কিন্তু য়িচু নিজম দি থাকিল। তাতে বৰ পোৰোহিতে সমিধান দি কলে, তোমাক অমৰ ই- ৰৰ সপত দিচেঁা, তুমি ইস্বৰৰ পুত্র খ্রিষ্ট হোঅ নে, ইয়াকে অমিত কোঅা । ৬৪ য়িচু এ বুলিলে, তুমি স্বৰুপ কৈচা; আৰু মই তোমোল- কত কৈচেঁ, ইয়াৰ পচে তোমোলাকে মানুহৰ পুত্ৰক সক্তিমন্ত জনৰ সে। হাতে বহি থাকিবৰ, আৰু স্বৰগৰ মেঘত আহিবৰ দেখিবা। ৬৫ তেতিয়া বৰ পোৰোহিতে তপোনাৰ কপিৰ ফালি বুলিলে, ই ইস্বৰক নিন্দা কৰি- লে; আমাৰ অন সাখিত কি প্রয়োজন অাচে? ৬৬ দেখা, এতিয়া তো- মোলাকে ইয়াৰ নিন্দা সুনিল । তােমোলাকৰ কি বিবেচনা: সিহঁতে উতৰ কৰি বুলিলে, ই মিত্যু দণ্ডৰ জেগ্যি হই। ৬৭ তেতিয়া সিহঁ- তে তেঁওৰ মুখত থুই পেলাই চব মাৰিলে; আৰু কেতবোৰে ঢাকিয়াই সুধিলে, হেৰা খ্রিষ্ট, তােমাক কোনে মাৰিল, ইয়াক অমতি প্রকাশ কৰ1 । ৬৯ সেই কালত পিতৰ বাহিৰে চৰ। ঘৰত বহি অচিল; তাতে এজ- নি বেটি এ তাৰ ওচৰলৈ আহি কলে, তুমিও পালিলিরা রিচুৰ লগত অ- চিল।। ৭০ কিন্তু সি আটাইৰে অগিতে আসৈ কৰি বুলিলে, তুমি জি কৈচা, মই তাক বুজা নাই । ৭১ পীচে সি পিৰালিলৈ গলত আন এজ- নিএ তাক দেখি তাত থকাবিলাকত কলে, ইরো নাচৰিয়। য়িচুৰ লগত অ- তাতে সি অকও সপতেৰে আসৈ কৰি কলে, মই সেই মানু- হক নিচিনোই । ৭৩ অলপ কালৰ পচে ওচৰত থকাবিলাকে অহি পিত ৰক বুলিলে, অৱশ্যে তুমিও সিহঁতৰ এজন হোঅ; কিয়নো তোমাৰ মতেই চিল। ৭২