পৃষ্ঠা:New Testament in Assamese.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ৭ অধি। 09 ১৬ সেই বা ল ব বাবা নামেৰে এটা প্ৰখ্যাতি বন্দিয়াৰ অচিল । ১৭ তাতে মানুহবোৰ গোট খলিত পিলাতে সিহঁতত সুধিলে, বাবা আৰু য়িচু, জাক খ্রিষ্ট বোলে, এই দুইৰো মজিত মই তোমোলকিলৈ কোনটো মুকলি কৰি- বলৈ হোমোলাকৰ ইচা অচে: ১৮ কিয়নো সিহঁতে অসুয়াৰে জে তেঁওক সোধাই দিচিল, পিলাতে তাক জানিলে । ১১ পাচে সেধিৰ আসনত বহিলত পিলাতৰ আইচূএ তেঁওলৈ কৈ পঠা- লে, বোলে, সেই ধৰমি মানুহৰ কথাত তুমি একো নকৰিবা; কিয়নো তেঁওৰ কাৰনে মই অজি সপোনত ভালেমান দুখ পালে।। ২০ কিন্তু প্রধান পো- ৰোহিত আৰু ব্ৰিধ লোকে বৰাবাক খুজিবলৈ আৰু য়িচুক বন্ধ কৰাবলৈ মানুহবিলাকক উচটালে । ২১ তাতে অধিকাৰে সমিধান দি সিহঁতত কলে, এই দুইৰে৷ মাজত মই কোনটক মুকলি কৰিবলৈ তোমোলাকৰ ইচা হই? সি- হঁতে বুলিলে, বৰাবাক। ২২ তেতিয়া পিলাতে সিহঁতত কলে, তেনে হলে জি জনক খ্রিষ্ট বোলে, সেই হিচুক মই কি কৰিম? সকলে এ বুলিলে, তাক পে- বেঙ্গনিত মৰা হওক, পেৰেঙ্গনিত মৰ হওক । ২৩ তাতে অধিকাৰে কলে, কিয়? তেঁও কি দোস কৰিলে কিন্তু সিহঁতে অধিককৈ এটাহ পাবি বুলি- লে, তাক পেৰেঙ্গনিহ মৰা হওক । ২৪ তেতিয়া আপোনাৰ কথাৰে একো সিধি নহল, কিন্তু হুমুৰা অধিককৈ বাহিল, ইয়াকে দেখি পিলাতে মানুহ- বিলাকৰ আগতে পানি লৈ হাত ধুই কলে, এই ধৰমি মানুহৰ তেজৰ কথাত মই নিদু সি; তাক তোমােলাকেহে চারা। ২৫ তাতে সকলো মানুহে উতৰ কৰি কলে, তাৰ তেজৰ দোসে অমাক আৰু অমিাৰ লৰাবিলকিকো পাওক । ২৬ তেতিয়া তেঁও সিহঁতলৈ বৰাবাক মুকলি কৰি দিলে; কিন্তু য়িচুক চাবু- কেৰে কোবোআই পেৰেঙ্গনিত মাৰিবলৈ সোধাই দিলে । ২৭ পাচে অধিকাৰৰ সেনাবোৰে য়িচুক বৰ-চৰলৈ নি তেঁওৰ ওচৰত সেনা মাকে গোট খুআই চপলত, ২৮ সিহঁতে তেঁওৰ গৰি বস্ত্র গুচাই সিন্দুৰ বৰনিয়া কাপৰ পিন্ধালে ; ২১ কঁাইটেৰে কিৰিটি সাজি তেঁওৰ মুৰত দিলে, আৰু সে হাতত এডাল নল দি তেঁওৰ অগিত আঁঠু পাৰি, হে য়িহুদিবিলাকৰ ৰজা, সেৱা! ইয়াকে বলি তেঁওক বিকথনা কৰিলে । ৩০ পাচে তেঁওৰ গাত থাই পেলাই নল ডলি লৈ মুৰত কোবালে । ৩১ এই ৰুপে তেওক বিগতি কৰিলত সেই বস্ত্র খহাই তেঁওৰ আপোনাৰ কাপৰ আকও পিন্ধাই তেঁওক পেৰেঙ্গনিত মাৰিবলৈ লৈ গল । ৩২ সিহঁতে ওলাই জাও" তে চিমেনি নামেৰে কুৰিনি মানুহ এটাৰ লগ পাই, তাক পেৰেঙ্গনি ভাব ৰবলৈ ধৰিলে । তাৰ পচে গল গল তা, আর্থাত মুৰৰ-লাউখেলি নামে ঠাই পলিত, ৩৪ সিহঁতে তেঁওক তিতাৰে মিহলি টেঙ্গা পানি খাবলৈ দিলে; কিন্তু তেঁও তাক চাকি চাই নোলে। ৩5 আৰু তেঁওক পেতেঙ্গনিত তুলি তেওঁৰ