পৃষ্ঠা:New Testament in Assamese.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ ৪ মাথি । ৩১ পাড়ে কিচুমনি অতিৰি গৈ তেঁও উবুৰি হৈ পৰি প্রার্থনা কৰি কলে, হে মোৰ পিসি, জদি হব পাৰে, তেন্তে এই পান পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচাৰ দৰে নহই, তোমাৰ ইচাৰ দৰেহে হওক । ৪০ পাচে সিস্যবিলাকৰ ওচৰলৈ আহি সিবিলাকক টোপনিয়াই থাকিবৰ দেখি তেঁও পিতৰত কলে, তোমোলাকে মোৰ লগত এৰ্ডৰে। নো পৰ দি খাকিব নোঅৰিল। নে? ৪১ পৰিখত জেন নপৰা, এই নিমিতে পৰ দি প্রার্থনা কৰা; মনৰ ইচ। অচে হই, কিন্তু সৰিল দুবল । ৪২ পুনৰাই তেঁও দুতিয় বাৰ গৈ এই প্রার্থনা কৰিলে, হে মোৰ পিত্ৰি, মই পান নকৰাকৈ জদি ই মোৰ পৰা দুৰ হব নােঅাৰে, তেন্তে তোমাৰ ইচাই হওক । ৪৩ পচে তেঁও অহি সিবিলাকক অকও টোপনিয়াই থকা দেখিলে ; কিয়- নে। সিবিলাকৰ চকু ঘুমটিৰে পূৰ হৈ আছিল । ৪৪ সিবিলাকক এৰি তেঁও অকিও গৈ ত্রিতিয় বাৰো প্ৰাৰ্থনা কৰি একে কথাকে কলে। ৪৫ পাচে তেঁও সিস্যবিলাকৰ ওচৰলৈ আহি বুলিলে, এতিয়াও টোপনিয়াই বিশ্রাম কৰি থাকিব। নে ! দেখা, কাল ওচৰ পালেহি; আৰু মানুহৰ পুত্ৰক পপি লোকৰ হাতত সোধাই দিয়া হৈছে। ৪ ৬ উঠা, আমি জাওহঁক; দেখা, জিটোএ মোক লোকৰ হাতত সোধাই দিয়ে, সি নিচেই ওচৰ পালেহি। ৪৭ তেতিয়া তেঁও কথা কঁওতেই, দেখা, বাৰে জনৰ মাজৰ য়িহুদা না- মেৰে এজন, অৰু তাৰে সৈতে প্রধান পােৰােহিত অাৰু ব্রিধ লোকৰ পৰা তৰেঅিলি আৰু টাঙ্গোন ধৰা বৰ এজুম মানুহ আহিল । ৪৮ লোকৰ হাতত তেঁওক সোধাই দিয়াটে গেয়ে সিহঁতক এই সঙ্কেত দিচিলে, বো- লে, মই জাকে চুমা দিম, তেঁৱেই সেই জন; তেঁওকে ধৰিবা । তিয়াই সি মিচুৰ ওচৰলৈ গৈ, হে প্রভু, সেৱা, ইয়াকে বুলি, তেঁওক চুমা তাতে য়িচুএ তাক বুলিলে, হে মিতিৰ, কি কাৰনে আহিলা ? তেতিয়া সিহঁতে আহি মিচুৰ গাত হাত দি তেঁওক ধৰিলে । মিচুৰ লগৰ এজনে হাত মেলি আপোনাৰ তৰোৱাল উলিয়াই বৰ পো ৰোহিতৰ এটা বন্দিক ঘৈয়াই তাৰ কান এখন কাটি পেলালে । তিয়া য়িচুএ তাক বুলিলে, তোমাৰ তৰােঅল তাৰ আপোন ঠাইত থোঅ; কিয়নো জি লোকে তৰোঅাল ধৰে, সেই সকলােবোৰ তৰোঅলেৰে নষ্ট ৫৩ আৰু মোৰ পিজিএ জেন মোৰ এখেলৈ বাৰে বাহিনি- কৈয়ো অধিক দুত পঠাই দিয়ে, মই এনে প্রার্থনা কৰিব নোঅৰোঁ, তুমি ইয়াক ভাবিচা নে ? ৫৪ কিন্তু সেই দৰে হলে এই ৰুপে ঘটিব বুলি ধৰম সাস্ত্ৰৰ কথা কেনেকৈ সিধি হব? ৫৫ সেই কালত য়িচুএ মা- নুহ জুমক বুলিলে, তোমোলাকে তৰোঅাল অাৰু টাঙ্গোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ আহিচা নেমই তোমোলাকৰ লগত মন্দিত নিতৌ উপদেস দি বহি আচিলে; তেতিয়া তোমোলাকে মোক ৮১ তে দিলে । তাতে কৰা হব।