পৃষ্ঠা:New Testament in Assamese.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ অস্যি। তোমোলকিত স্বৰুপকৈ কৈ,ে তোমোলাক 1 মাজৰ এজনে মোক সেব হাতত সোধাই দিব। ২২ তেতিয়া সিবিলাকে অতি অসন্তোস পাই প্ৰতি জনে তেঁত সুধিব ধৰিলে, হে প্ৰভু, সেইটো মই নে: ২৩ তাতে তেঁও সমি- ধান দি কলে, ময়ে সৈতে জি জনে খো অ বাটিত হাত জুবুৰিয়াই, সেয়ে মোক লোকৰ হাতত সেই দিব। ২৪ মানুহৰ পত্ৰ ৰ অৰ্থে জেনেকৈ লিখা অচে, তেনেকৈ তেঁওৰ গতি হব; কিন্তু জাৰ দোঅৰিাই মানুহৰ পূৰ্বক লোকৰ হাতত সোধাই দিয়া হই, সেই মানুহৰ সন্তাপ; সেই মানুহৰ জনম নোহোঅ হলেই তাৰ ভাল অচিল। ২৫ তেতিয়া য়িহুদা নামেৰে জিটে তেঁওক সোধাই দিব, সিয়ো মাত লগাই বুলিলে, হে গৰু, সেইটে। মই নে তেঁও তাক বুলিলে, তুমি স্বৰুপ কৈচা। ২৬ পাচে সিবিলাকে ভোজন কৰোতে য়িচু এ পিঠা লৈ আসিবাদ কৰি ভাঙ্গি সিদ্যবিলাকক দি কলে, লেজি, খোআ; এয়ে মোৰ সৰিল। ২৭ পাচে তেঁও পান পাত্ৰকো হাতত লৈ স্তুতি কৰি সিবিলাকক দি বুলিলে, ইয়াক তোমোলাক সকলোএ পান কৰা। ২৮ কিয়নো নতুন নিয়মৰ মোৰ জি তেজ অনেকৰ পপি খেমিবৰ অৰ্থে উলিওঅ হৈছে, সেয়ে এই। ২৯ আৰু মই তোমোলাকত কৈটো, তোমোলাকে সৈতে মই আপোনাৰ পিত্ৰিৰ ৰাজ্যত লতা পনিয়ালৰ ন ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা তাক আৰু নোও। ৩০ পাচে সিবিলাকে গিত গাই বাহিৰ ওলাই জলফাই পৰ্বত লৈ গল। ৩১ তেতিয়া য়িচূএ সিবিলাকত কলে, এই ৰাতি মোৰ নিমিতে তো- মোলাক সকলোএ বেজাৰ পবি; কিয়নো এনে লিখা আচে, মই মেৰ ৰখিয়াক প্ৰহৰিম, তাতে জাকৰ মেৰবিলাক গোট গোট হৈ জীব। ৩২ কিন্তু মই উঠিবৰ পচে তোমোলাকতকৈ অগেয়ে গালিললৈ জাম। ৩৩ তেতিয়া পিতৰে তেঁওক উতৰ দি বুলিলে, তোমাৰ নিমিতে সকলোএ বেজাৰ কৰি- লেও মই কেতিয়াও বেজাৰ নকৰে।। ৩৪ চিএ তাক বুলিলে, তোমাত মই স্বৰুপকৈ কও, এই ৰাতি কৰাই ডাক দিয়াৰ অগেয়ে তুমি তিনি বেলি মোক আসৈ কৰিবা। ৩৫ পিতৰে তেঁওক বুলিলে, তোমাৰ লগত জদি মই মৰে।এই, তেও তোমাক আসৈ নকৰো। সেই ৰুপে সকলে। সিস্যবিলীকেও কলে। ৩৬ তাৰ পাচে য়িচূএ সিবিলাকে সৈতে গেচেমানি নামেৰে এক ঠাই- লৈ গৈ সিদ্যবিলাকত কলে, মই সৌ খিনিলৈ গৈ প্ৰাৰ্থনা কৰে। মানে, তোমোলাকে ইয়াতে বহি থকা। ৩৭ পাচে তেঁও পিতৰ আৰু জবি- দিৰ দুই পুতেকক লগত লৈ অসন্তোল হৈ মনত বৰ উৰুমি লাগিব ধৰি- লে। ৩৮ তেতিয়া তেঁও সিবিলাকত কলে, মন কালৰ নিচিনা মোৰ মনত অতিসই অসন্তোস লাগিচে; তোমোলাকে মোৰ লগত ইয়াতে পৰ দি থা-