পৃষ্ঠা:New Testament in Assamese.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি । ২৮ অধি]। পাচে এনে হল, য়িচুএ এই সকলো কথা কৈ এটাই আপোনাৰ সিদ্যবিলা- কত কলে, বোলে, ২ তোমোলাকে জানিচা, আৰু দুদিনব পাচে নিস্তাৰ পৰ হব; তেতিয়া মানুহৰ পুত্ৰক পেবেঙ্গনিত মাৰিবলৈ লোকৰ হাতত সোধাই দিব । 9 এজ- পাচে প্রধান পোৰোহিত, ধ্যাপক আৰু ব্ৰিধ লােকে কয়ফা না- মেৰে বৰ পেৰোহিতৰ চৰীতে গোট খাই, ৪ য়িচুক ফন্দকৈ ধৰি মাৰিব লৈ অলিচ কৰিলে; কিন্তু সিহঁতে বুলিলে, পবৰ দিনা নহই, পাচে জানে। সমুহৰ মাজত হুৰামুৰা লাগিব । পাচে য়িচূএ বৈথনিয়া গাঁৱত চিমোন কুঠিয়াৰ ঘৰত থকা সময়ত, নি তিৰোতাই বহু মুল্যৰ গন্ধ তেল ভৰোঅ ফটিকৰ টেম। এটা লৈ তেঁওৰ ওচৰলৈ আহি তেঁও ভোজন আউজি থাকোতে তেঁওৰ মুৰত বাকি দিলে । ৮ তাকে দেখি তেঁওৰ সিস্যবিলাকে বেজাৰ কৰি বুলিলে, এনে হানি কিয়?

  • এই তেল দেখেনি ভালেমান ধনলৈ বেচি দুখিয়া মানুহক দান কৰিব পা-

ৰিলেহেঁতেন । য়িচুএ তাকে জানি সিস্যবিলাকত কলে, এই তিৰোতাক কেলেই দুখ দিচ? তাই মােলৈ উতম কৰম কৰিলে। ১১ দুখিয়া মানুহ তো- মোলাকৰ লগত সদাই অচে; কিন্তু মই তোমোলাকৰ লগত সদাই নেথাকেঁ । ১২ এই জে মোৰ সৰিলত গন্ধ তেল বাকি দিলে, মোক মৈদামত দিয়াৰ কাৰনেহে তাকে কৰিলে । ১৩ তোমোলাকত মই স্বৰুপকৈ কৈচেঁ, গোটেই জগতৰ জি জি ঠাইতে এই সুভ বাত্রা কির্তন কৰা হব, সেই সেই ঠাইত তাইক সু অৰিবৰ অর্থে এই জি কম তাই কৰিলে, তাকে কোঅ জাব । ১৪ তেতিয়া বাৰে জনৰ মাজৰ ইবিওতিয়া য়িহুদা নামেৰে প্রখ্যাত হােঅ এজনে প্রধান পোৰোহিতবিলাকৰ ওচৰলৈ গৈ সিবিলকিত কলে, ১৫ মই তোমোলাকৰ হাতত তেঁওক সোধাই দিলে মোক কি দিব। তাতে সিহঁতে ডেৰ কুৰি ৰুপ দিবলৈ নিবন্ধ কৰিলে । ১৬ সেই খেনৰে পৰা সি তেঁওক সোধাই দিবলৈ সুচল বিচাৰিলে । পাচে খমিৰ নিদিয়া পিঠাৰ পৰ্বৰ প্রথম দিনত সিস্যবিলাকে য়িচুৰ ওচৰলৈ আহি তেঁওত সুধিলে, আপোনাৰ নিমিতে আমি নিস্থাৰ পৰ ভেজি কত জুগুত কৰিবলৈ আপােনাৰ ইচ্য অাচে ১৮ তাতে তেঁও বুলি- লে, নগৰৰ মাজত অমুকৰ ওচৰলৈ গৈ তাত কেজি, হেনে, গুৰুএ কৈ- চে, মোৰ কাল ওচৰ হল; মোৰ সিস্যবিলাকে সৈতে মই তোমাৰ ঘৰতে নিস্তাৰ পৰ কৰিম । ১৯ তেতিয়া য়িচুএ সিস্যবিলাকক আদেল কৰাৰ দৰেই সিবিলাকে নিস্তাৰ পর্ব জুগুত কৰিলেগৈ । ২০ পচে গধুলি হলত য়িচূএ অাপোনাৰ বাৰে জন সিস্যৰ লগত মে জত অউজিলে । ২১ আৰু সিবিলাকে ভোজন কৰোতে তেঁও কলে, মই