পৃষ্ঠা:New Testament in Assamese.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫ অধ্যা । ৩১ জেতিয়া মানুহৰ পুত্ৰই দূত সকলক লগত লৈ আপোনাৰ প্ৰভাৱেৰে আহে, তেতিয়া অাপোনাৰ এজৰ সিংহাসনৰ ওপৰত বহি, ৩২ আৰু সকলাে জাতি লোকক তেঁওৰ আগলৈ চপাই অন হব । পাচে ৰশিয়াই জেনেকৈ চাগৰ পৰা মেৰবোৰক বেলেগাই, সেই ৰুপে তেঁও সিবিল। কৰ এজনৰ পৰা অন জনক বেলেগ কৰি, ৩০ মেৰবিলাকক সে। ফলে, চাগবোৰক বাও ফালে থব । ৩৪ তেতিয়া ৰজাই আপোনাৰ সে। ফালে থকাবিলাকত কব, আঁহা, মোৰ পিত্ৰিৰ অনুগ্রহ পােআবিলাক, তোমোল- কৰ নিমিতে জগতৰ সিষ্টিৰে পৰা জি ৰাজ্য জুগুত কৰি থােৱা হৈচে, তাৰে অধিকাৰ হোঅা। ৩৫ কিয়নো মোৰ ভোক লাগিল, তাতে তোমোলাকে মােক খাবলৈ দিলা; পিয়াহ লাগিল, তাতে পানি কৰিবলৈ দিলা; বিদে- সি হৈছিলে, তােমোলাকে ঘৰলৈ আনিলা; ৩৬ উদঙ্গে আচিলে, তােমো- লাকে কাপৰ পিন্ধালা; নৰিয়া পৰিলোঁ, আৰু তোমোলাকে মোক চাবলৈ গৈচিলা, বন্দিসালত আচিলে, তাতে মোৰ ওচৰলৈ আহিছিলা । তিয়া ধৰমিবিলাকে তেঁওক সমিধান দি বুলিব, হে প্রভু, আপোনাব তােক লাগিবৰ দেখি আমি কেতিয়া খাবলৈ দিচিলে। নাইবা পিয়াহ লাগিব দেখি কেতিয়া পান কৰালে। ৩৮ আপুনি বিদেসি হোঅতি আমি নন। কেতিয়া দেখি ঘৰলৈ আনিলোঁ। নাইবা উদঙ্গে থাকিবৰ দেখি কেতিয়া কা- পৰ পিন্ধালো? ৩৯ আৰু আপোনাক নৰিয়া বা বন্দিশালত থকা দেখিয়েই নো আমি কেতিয়া আপোনাৰ ওচৰলৈ গৈছিলো? ৪ ০ তেতিয়া ৰজাই উতৰ দি সিবিলাকক বুলিব, মই তোমোলাকত স্বৰুপকৈ কঁও, মোৰ এই ভাইবি- লাকৰ মাজৰ কোনো সৰু এটিকো জি কৰিচিলা, তাক মােকেইহে কৰিলা । ৪১ পীচে তেঁওৰ বঁাও ফালে থকাবোৰক বুলি, হেৰৈ সাৱে পোঅহঁত, চইতান আৰু তাৰ দুহবোৰৰ নিমিতে জি অনন্ত জুই জুগুত কৰা হৈচে, তহঁতে মােৰ ওচৰৰ পৰ৷ তালৈ গুচি জাহঁক। ৪২ কিয়নো মোৰ ভোক লা- গিল, তাতে তহঁতে মোক খাবলৈ নিদিলি; পিয়াহ লাগিলত পান কৰি- বলৈ নিদিলি; ৪৩ বিদেসি হৈছিলো, কিন্তু মোক ঘৰলৈ নানিলি; উদঙ্গে আচিলে, কিন্তু মোক কাপৰ নিপিন্ধালি ; নৰিয়া আৰু বন্দিদালত অE চিলে, কিন্তু মোক চাবলৈ নাহিলি । ৪৪ তেতিয়া সিহঁতেও সমিধান দি তেঁত কব, হে প্রভু, আমি নো কেতিয়া আপােনাৰ ভোক পিয়াহ লগা, বিদেসি, বা উদঙ্গে থকা, নৰিয়া, বা বন্দিশালত পৰা দেখি উপকাৰ কৰা নাই? ৪৫ তেতিয়া তেঁও সিহঁতক উতৰ দি বুলিব, তহঁতত মই স্বৰুপকৈ কও, এইবিলাকৰ কোনাে সৰু এটিকে জি কৰা নাই, তাক মোকেইহে নকৰি- পাচে সিহঁতে অনন্ত সান্তিলৈ, কিন্তু ধৰমি সকলে তানন্ত অমুস ভোগ কৰিবলৈ জীব । ৩ লি । ৪ ৬