পৃষ্ঠা:New Testament in Assamese.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

85 মাথি। নহব। ২। অ + সেই কাল তাকৰ কৰা নোহোআ হলে কোনো প্ৰানি- ৰে ৰখা নহলহেঁতেন; কিন্তু মনোনিত লোকৰ নিমিতে সেই কাল তাকৰ কৰ1 জীব। ২৩ তেতিয়া জদি কোনো তোমোলকিক বোলে, দেখা, খুিষ্ট ইয়াত বা তাতে অচে, তেন্তে তাৰ কথাত বিশ্বাস নকৰিবা। ২৪ কিয়নো ভাবি কোঅ খ্ৰিষ্ট অৰুি ভাবি কোঅ ভবিস্যত বক্তবোৰ ওলাই মহা চিন আৰু অচিৰিত কম দেখু অবি; তাতে কৰিব পৰা কথা হলে, মনোনিত- বিলকিকে অপথে নিবইহে। ২৫ দেখা, মই অগিয়ে তোমোলকিত কলে॥ ২৬ এই হেতুকে লোকে জদি তোমোলকিক বোলে, দেখা, তেঁও হাবিত অচে, তেন্তে বাহিৰলৈ নেজাবা; নাইবা দেখা, তেঁও ভিত খোটালিত অচে বুলি- লৈও, বিস্বাস নকৰিবা। ২৭ কিয়নো বিদুলি জেনেকৈ পুব ফালৰ পৰা ওলাই পচিম ফাললৈকে পহৰ কৰে, সেই ৰুপে মানুহৰ পুত্ৰৰো অহা হব। ২৮ জি ঠাইত মৰা স থাকে, তাতেহে সগুন গোট খোআ হব। ২৯ সেই দুখৰ কলিব পাচে, হঠাতে সুৰ্জৰ পহৰ গুচিব; চন্দ্ৰেও জেনিকি নকৰিব, অকাসৰ পৰা তৰবিলাক খহি পৰিব, অৰু অকসিৰ সক্তি- বিলাকে। লৰেীঅ হব। ৩০ তেতিয়া আকাসত মানুহৰ পুত্ৰৰ চিন দেখা জাব; আৰু তেঁও মহিমা আৰু মহা প্ৰভাৱেৰে অকসৰ মেঘত অহা দেখি প্ৰিথিবিৰ সকলো ভঙ্গহৰ মানুহে ক্ৰন্দন কৰিব। ৩১ তেতিয়া ভেঁৰিৰ মহ। সবদেৰে তেঁও আপোনাৰ দত সকলক পঠাব, তাতে সিবিলাকে অকাসৰ এক সিমৰ পৰা অন সিমালৈকে চাৰিও ফালৰ পৰা তেঁওৰ মনোনিত লোকবিলাকক চপাই অনিব। ৩২ ডিম গচৰ পৰা এক পটন্তৰ সিকা। জেতিয়া তাৰ কোমল ঠাল ওলাই কুঁহি পতি মেলে, তেতিয়া ঘাম কালিৰ ওচৰ হই, তাক তোমো- লাকে জানা। ৩৩ সেই ৰুপে জেতিয়া তোমোলাকে এই সকলোকে হবৰ দেখিবা, তেতিয়া সেই কাল ওচৰ চাপি দআৰ মুখ পালেহি, ইয়াকে জানিবা। তোমোলকিত মই সৰুপকৈ কও, এই বৰ্তমান কলিৰ মানুহ জাতীৰ আগেয়ে এই সকলো কথা ঘটিব। ৩৫ অকসি আৰু প্ৰিথিবি গুচিব, তথাপি মোৰ কথা নুগুচে। ৩৬ কিন্তু অকল মোৰ পিত্ৰিৰ বাহিৰে মানুহ, বা স্বৰ্গৰ দুতবিলকি, কোনেও সেই দিন আৰু সেই ভঁৰ নেজানে। ৩৭ নোহাৰ কালত জেনে হৈচিল, মানুহৰ পুত্ৰ আহিবৰ কালতো তেনে হব। ৩৮ জলপিবিতৰ অ- গেয়ে নোহাই জাহাজত সোমেঅি দিনলৈকে জেনেকৈ মানুহবিলাকে ভে- জন পান কৰিলে, বিয়া কৰাই বিয়া দি আচিল, ৩১ আৰু জলাপীৱন আ- হি সকলোকে গুচাই নিনিয়ালৈকে একে চিন্তা নকৰিলে, সেই ৰুপে মানু- হৰ পুত্ৰ আহিবৰ কালতো হব। ৪ ° তেতিয়া দুজন মানুহ খেতিত থকাত ৩ ৪