পৃষ্ঠা:New Testament in Assamese.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। 89 ২৪ অসি। পাচে ৰিচুএ মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গলত তেওৰ সিদ্যবিলাকে তেঁওক মন্দিৰৰ নিৰ্মান ঘৰবিলাক দেখুআবলৈ আহিল। ২ তেতিয়া য়ি এ সিবি- লকিত কলে, তোমোলাকে এই সকলোকে নেদেখি চা? তোমোলকিত মই স্বৰুপকৈ কঁও, ইয়াৰ এট। সিল অন সিলৰ ওপৰত নথকাকৈ আটাইকে পেলোআ হব। 9 দিব। ৩ পীচে তেঁও জলফাই পৰ্বতৰ ওপৰত বহিলত সিস্যবিলাকে গপতে তেঁওৰ ওচৰলৈ আহি সুধিলে, এইবিলাক কথা কেতিয়া ঘটিব: আৰু আপুনি অহাৰ, আৰু এই জগতৰ সেস (হাঅব বা লখন কি? তাক অমতি কওক।

  • তেতিয়া খিচুএ সমিধান দি সিবিলাকত কলে, কোনেও জেন তোমোল-

কক তুলাই, তালৈ সাৱধান হোঅ। ৫ কিয়নো মই খ্ৰিস্ট, ইয়াকে বুলি অনেকে মোৰ নামেৰে অহি ভালেমানক ভুলবি। ৬ অঝি তো- মোলাকে ৰনৰ কথা আৰু জুৰৰ বাত্ৰা সুনিবা; সাৱধান হোঅ, বিয়া- কুল নহবা; কিয়নো এই সকলো কথা ঘটিব, কিন্তু তেতিয়া সেস নহই। দেশৰ বিৰোধে দেস, ৰাজ্যৰ বিৰোধে ৰাজ্য উঠিব, আৰু ঠায়ে ঠায়ে একাল, মাউৰ, আৰু ভুইকঁপ হব; ৮ এই সকলো দুখৰ অৰিষুনহে মা- থোন। ৯ সেই কালত দুখ দিবৰ নিমিতে মানুহবিলাকে তোমোলকিক লো- কৰ হাতত সোধাই দিব, বধো কৰিব, আৰু মোৰ নামৰ নিমিতে তোমো- লাক সকলো দেসৰ লোকৰ পৰা ঘিন কৰা হব। ১০ তেতিয়া অনেকে বিঘিনি পাই, ই সি ঘিন কৰি, এটাই এটাক লোকৰ হাতত সোধাই ১১ আৰু অনেক মিচা ভবিস্যত বক্তা ওলাই ভালেমানক অপথে নিব; ১২ আৰু অধম অধিক হোআত অনেক মানুহৰ প্ৰেম চেঁচা হৈ জবি। ১৩ কিন্তু জি কোনো সেসলৈকে থিৰে থাকে, সি পৰিত্ৰান পাব। ১৪ অৰু সব জাতি লোকলৈ সাখি হবৰ নিমিতে ৰাজ্যৰ এই সুভ বাৰ্তা গোটেই জগ- ততে কিৰ্তন কৰা জীব; তেতিয়া সেস হব। ১৫ এই হেতুকে জি সৰ্বনাস কৰোতা ঘিন লগা বস্তুৰ কথা দানিয়েল ভবিস্যত বক্তাৰ দোআৰাই কোঅ হৈচিল, তাক জেতিয়া পবিত্ৰ থানত থক। দেখিব; জি জনে পহে, সি বুজোক; ১৬ তেতিয়া জিবিলাক য়িহুদা দে- সত থাকে, সিবিলাকে পৰ্বতলৈ পলাই জাওক; ১৭ জি কোনোএ ঘৰৰ ওপ- ৰত থাকে, সি ঘৰৰ পৰা বস্তু নিবলৈ নেনামোক; আৰু জি কোনো খেতিত থাকে, সি আপোনাৰ কপিৰ লবলৈ উলটি নে জাওক। সেই কালত গৰ্ভাৱতি আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হব। আৰু তোমোলাকৰ পলোআ জেন জীৰ কালি বা বিসমি বাৰত নহই, তালৈ প্ৰাৰ্থনা কৰিব। ২১ কিয়নো সেই কালত জেনে দুখ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে দুখ কেতিয়াও হোআ নাই, অগিলৈকে by ২০