পৃষ্ঠা:New Testament in Assamese.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫ অধ্য। ৪১ ৪১ ৪ ২ এজন ধৰা হব, এজনক এৰা হব । দুজনি তিৰোতাই একে জটিত ডলি থাকোতে, তাৰে এজনিক ধৰা হব, এজনিক এৰা হব । ৪২ এই হেতুকে পৰ দি থাকা; কিয়নো তোমোলাকৰ প্ৰভু কোন দিনত অহিব, তাক তোমোলাকে নেজানা । ৪৩ কোন খিনি পৰত চোৰ অহিব, তাক গিৰিহতে জনা হলে, সি জাগি থাকি অাপোনাৰ ঘৰত সিন্ধি খানিব নিদিলেহেঁতেন, ইয়াকে জানিবা । তোমোলাকে। জুগুত হৈ থাকা, কিয়, নে। জি ভঁৰত তোমোলাকে নেভাব, সেই উঁৰতে মানুহৰ পুত্র অহিব । ৪৫ অাৰু ঘৰৰবিলাকক সমই ৰুপে ভোজ খুঅবিলৈ জিটো বন্দিক গৰা- কিয়ে আপোনাৰ ঘৰগিৰি পাতি থই, এনে বিস্বাসি বুধিমন্ত বন্দি কোন? ৪৬ গৰাকি আহিবৰ বেলা জি বন্দিক সেই দৰে কৰা দেখে, সি ধন্য । ৪৭ তোমোলাকত মই স্বৰুপকৈ কৈচেঁা, গৰাকিয়ে তাক অাপোনাৰ সকলো বস্তুৰ অধিকাৰ পাতিব। ৪৮ কিন্তু মোৰ গৰাকিয়ে অহা পলম কৰে, ইয়াক মনত ভাবি, ৪৯ সেই দুষ্ট বন্দিয়ে জদি লগৰ বন্দিবোৰক মাৰিবলৈ ধৰে, আৰু মদপিৰ লগত ভোজন পান কৰে, ৫০ তেন্তে জি দিনত সেই বন্দিয়ে গৰাকিলৈ বাট নেচাই, অাৰু জি উঁতি নেভাবে, এনে সময়তে তেঁও অ- হিব; ৫১ অাৰু তাক দোচোঅাকৈ কাটি কপটিবোৰৰ লগৰ ভাগি কবি; তাতে ক্রন্দন অাৰু দাঁত কৰচনি হব । ২৫ অধি।। 9 তেতিয়া জি দহ জনি কন্যাই চাকি লৈ দৰাক অাগ বহাবলৈ গৈচিল, তাৰ নিচিনা স্বৰগ ৰাজ্য হব । ২ সিহঁতৰ পাচ জনি বুধিয়ক, পাঁচ জনি অগিয়ানি। ৩ জি কেই জনি অগিয়ানি, সিহঁতে চাকি লৈ তাৰ লগত তেল নললে ; ৪ কিন্তু বুধিয়কবিলাকে চাকি আৰু কুপাত তেলে ললে অাৰু দৰাই পলম কৰা দেখি সকলোএ কলমটিয়াই টোপনি গল । পাটে মানিসা ৰাতি, দেখা, দৰা আহিচে, তেঁওক অাগ বহাবলৈ জো- অ, এনে বিঙ্গাৰেীআ হল ; তাতে সেই সকলো কন্যাবিলাকে উঠি অ- পেনি আপোন চাকি বহবলৈ ধৰিলে। ৮ তেতিয়া অগিয়ানিবোৰে বুধিয়কবিলাকত কলে, অমাক অলপমান তোমােলাকৰ তেল দিয়া, অামাৰ চাকি নুমাই গল । তাতে বুধিয়কবিলাকে উতৰ দি বুলিলে, তেনে নহই; তােমোলাক আৰু আমাকে তেলে নুজুৰিব; তাতকৈ বেচাবিলাকৰ তলৈ জো- অ, আৰু অাপোনাৰ নিমিতে কিনাগৈ। ১. কিন্তু সিহঁতে কিনিবলৈ জাও- তে দৰা আহিল; তাতে জি কেইজনি জুগুত হৈচিল, সিবিলাকে তেঁওৰ লগত গৈ বিয়া ঘৰত সোমাল, অৰু দুৰ মৰা হল । ১১ তাৰ পীচে অন কন্যা বিলাকো আহি কলে, হে প্রভু, হে প্রভু, অমিলৈ দুঅৰি মেলি দিয়োক। R - 9