পৃষ্ঠা:New Testament in Assamese.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ ৬ ২৬ হাই মাথি। ২৪ হাই হই, কপটি অধ্যাপক আৰু ফিৰুচিবিলাক! তোমোলাকে বাটি অৰু কাহিৰ বাহিৰ ফালে ঘঁহি দোআ, কিন্তু ভিতৰ ফাল অপহৰন আৰু দড- নালিৰে পুৰ হৈ থাকে। হে কনা ফিৰুচি! অগেয়ে বাটি আৰু কা- হিৰ ভিতৰ ফাল ঘঁহি ধোআ, তাৰে বাজ ফালে নিকা হব। হাই, কপটি অধ্যাপক আৰু ফিৰুচিবিলাক! তোমোলাক বগা কৰা মৈদ।- মৰ নিচিনা হৈচা; সেইবোৰ বাহিৰ ফালে দেখিবলৈ সুন্দৰ হই, কিন্তু ভি- তৰ ফালে মৰা মানুহৰ হাৰ আৰু সকলো প্ৰকাৰ মলিৰে ভৰি থাকে, ২৭ সেই ৰুপে তোমোলাকে বাহিৰে মানুহে দেখাত ধৰমি, কিন্তু ভিতৰে কেৱল কপট আৰু অধৰমেৰে পুৰ হৈচা। ২৮ হাই হাই, কপটি অধ্যাপক আৰু ফি ৰুচিবিলাক! তোমোলাকে ভবিস্যত বক্তবিলাকৰ মৈদাম বান্ধা, আৰু সাধুবিলাকৰ মৈদাম সোভিত কৰা, ২৯ আৰু ইয়াকে বোলা, অ- মাৰ ওপৰ পিত্ৰিবিলাকৰ দিনত আমি থকা হলে, সিবিলাকে সৈতে ভবিষ্যত বাবিলাকক বধ কৰাৰ ভাগি নহলেহেঁতেন। ৩০ এই ৰুপে তোমোলকি জে ভবিস্যত বক্তা সকলক বধ কৰবিলাকৰ সন্তান, তোমোলক অপুনিয়েই তাৰ সাখি হৈচা। ৩১ এই হেতুকে তোমোলাকেও আপোনাৰ ওপৰ পিত্ৰি- বিলাকৰ জোখৰ পাত্ৰ পূৰ কৰিচা। ৩২ হেৰৈ সৰ্পগন! কাল সৰ্পৰ সঁচ! তোমোলাকে নো কি ৰুপে নৰকৰ দও সাৰিব। ৩৩ এই নিমিতে দেখা, মই তোমোলাকৰ ওচৰলৈ ভবিস্যত বক্তা, গানৱন্ত, আৰু অধ্যাপক সকলক পঠাও; সিবিলাকৰ মাজৰ কেতবিলাকক তোমো- লীকে বধ কৰিবা, পেৰেঙ্গনিতো মাৰিবা; কেতবোৰক নাম ঘৰত চাবুকেৰে কোবাবা, আৰু নগৰে নগৰেও তাৰনা কৰিবা। তাতে পৰমাৰ্থিক হে- বেলৰ তেজ উলিওআৰে পৰা বৰাখিয়াৰ পুতেক জি জিখৰিয়াক তোমো- লাকে মন্দিৰ আৰু হোমৰ ভেটিৰ মাজতে বধ কৰিলা, তাৰ তেজ উলিওঅ- লৈকে প্ৰিথিবিৰ ওপৰত সকলো সাধুৰ তেজ উলিওআৰ দোস তোমোলাকৰ গাত পৰিব। ৩৫ তোমোলকিত মই স্বৰুপকৈ কৈঠোঁ, এই বতমান কালৰ লোকবিলাকত এই সকলো ঘটিব। হে ভবিন্যত বক্তা সকলক বধ কৰোতা, আৰু তোমালৈ পচাবিলাকক সিলেৰে মাৰোতা য়িৰুচালিম! য়িৰুচলম! কুকুৰাই জেনেকৈ আপোনাৰ পো- অলিবোৰক ডেউকাৰ তলত চপাই লই, তেনেকৈ ময়ো তোমাৰ পেঅি- হঁতক কেতে বেলি চপাবলৈ ইচা কৰিলে, কিন্তু তোমোলাকে মন নিদিলা! ৩৭ দেখা, তোমাৰ ঘৰ নিৰ্জন কৰি তোমালৈ এৰা হৈচে। মই তোমোলাকত কৈৰ্চো, প্ৰভুৰ নামেৰে জি জন আহিচে, তেঁও ধন্য, এই কথা নোবেল। মানলৈকে এতিয়াৰ পৰা মোক আৰু দেখিবলৈ নেপাবা। ৩৪ 9 ৩৮ কিয়নে।