সমললৈ যাওক

পৃষ্ঠা:New Testament in Assamese.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

by ১২ জি কো- ২৩ অস্যি॥ 80 তাক নাই। ৫ লোকে দেখিবৰ নিমিতে সিহঁতে আপোনাৰ সক- লো কৰম কৰে; নাম চাব বহুলকৈ লই, আৰু আপোনাৰ কাপৰৰ দহি দিঘলকৈ ৰাখে। ভোজত ওখ ঠাই আৰু নাম ঘৰত প্ৰধান অসিন, ৭ হাট বজাৰত মানুহৰ নমস্কাৰ, আৰু গুৰু গুৰু বুলি লোকৰ সম্ভাসন, সকলোলৈ ইচা কৰে। কিন্তু তোমোলাক হলে গুৰু বুলি মতী নহব; কিয়- নে। তোমোলাকৰ একে জন। গুৰু (খ্ৰিষ্ট,) আৰু তোমোলাক ই সি সকলো ভাই ভাই। ১ আৰু প্ৰিথিবিত কাকো পিত্ৰি বুলি নেমাতিব; কিয়নো তোমো- লাকৰ একে জন স্বগত থকা পিত্ৰি। ১০ আৰু তোমেলিক অধিকাৰ বুলি মত। নহবা; কিয়নো তোমোলাকৰ একে জন অধিকাৰ খ্ৰিষ্ট। ১১ কিন্তু তো- মোলাকৰ মাজত জি জন বৰ, সি তোমোলাকৰ সেৱক হব। নোএ অপোনাক বৰ বুলি মানে, তাক সৰু কৰা হব; আৰু জি কোনো আপোনাকে সৰু হেন মানে, তাক বৰ কৰা হব। ১৩ হাই হাই, কপটি অধ্যাপক আৰু ফিৰুচিবিলাক! মানুহবিলাকৰ অহিতে তোমোলাকে স্বৰগ ৰাজ্যৰ পথ মাৰিচা; তোমোলাকে অপিনিও তত নোসোমোঅ, আৰু সোমাবলৈ ধবাবিলাককো সোমাব নিদিয়া। ১৪ হাই হাই, কপটি অধ্যাপক আৰু ফিৰুচিবিলাক! তোমোলাকে এটা নতুন সিস্য কৰাবলৈ সাগৰ আৰু প্ৰিথিবিকো মেৰাই ফুৰা, অৰু কোনোটক পালে তাক আপোনতকৈয়ো দুগুন নৰকি কৰ॥ ১৫ হাই হই, কনা হৈ বাট দেখুউঅ- বিলকি! তোমোলাকে বেলি, কোনো জদি মন্দিৰত সপত কৰে, তত একো নহই; কিন্তু জি জনে মন্দিৰত থকা সৌনত সপত কৰে, সি দুসি হই। ১৬ অগিয়া- নি আৰু কনীবিলাক! সোন আৰু সোনকে পবিত্ৰ কৰা জি মন্দিৰ, এই দুই- ৰে। মাজত কোনটো বৰ? ১৭ আৰু তোমোলাকে বোলা, কোনো এ জদি হোমৰ ভেটিত সপত কৰে, তাত একো নহই; কিন্তু জি জনে তাৰ ওপৰৰ উচৰগ। দা- নত সপত কৰে, সি দুসি হই। ১৮ অগিয়ানি আৰু কনীবিলাক! উচৰ্গা দান, আৰু দনিক পবিত্ৰ কৰা জি হোমৰ ভেটি, এই দুইৰে মাজত কোনটো বৰ ১১ এতেকে জি কোনোএ হোমৰ ভেটিত সপত কৰে, সি ভেটিত আৰু তাৰ ওপৰৰ সকলোতে সপত কৰা হই। ২০ আৰু জি কোনোএ মন্দিৰত সপত কৰে, সি মন্দিৰ আৰু তাৰ ভিতৰত থকা জি ডন, দুইতো সপত কৰা হই। আৰু জি কোনো স্বৰগৰ নামে সপত কৰে, সি ইস্বৰ সিংহাসন তাৰু তাৰ ওপৰত জি জন বহি আচে, দুইতো সপত কৰা হই। ২২ হাই হাই, কপটি অধ্যাপক আৰু ফিৰুচিবিলকি! তোমোলাকে পদিনা, গুঅমৰি, জিৰা, এইবিলাকৰ দহ ভাগৰ এভাগ দিয়া, কিন্তু বিধানৰ মাজৰ জি গধূব নিয়াই, দায়া, আৰু বিশ্বাস, এইবিলাক কৰিবলৈ এৰিলকি। সেইবোৰক পালন কৰা, আৰু এইবিলকিকো কৰিবলৈ নেৰা তোমোলাকৰ উচিত অচিল। ২৩ কনা হৈ বাট দেখুউঅবিলাক! মহক চাকি পেলাই উটকে গিলাইক। ২১