পৃষ্ঠা:New Testament in Assamese.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 মাথি। হব। কিয়নো সকলোএ তাইক বিয়া কৰিলে। ২১ তাতে ৰিএ উতৰ কৰি কলে, তোমোলাকে ধম সস্ত্ৰি আৰু ইস্বৰৰ সক্তি নেজানি ভুম হৈচাক। ৩০ কিয়নো পুনৰ উঠানৰ কালত মানুহে বিয়া নকৰে, বিয়া দিয়াও নহই, কিন্তু সিবিলাক স্বগত থকা ইস্বৰৰ দুতৰ নিচিনা হই। ৩১ মৰাবিলা- কৰ উঠানৰ কথাত হলে, ইস্বৰ পৰা তোমোলাকলৈ জি কোঅ হৈচিল, বোলে, ৩২ মই আব্ৰাহামৰ ইৰ, ইচকিৰ ইৰ, যাকোব ইব, তাক তো- মোলাকে পৰ্য। নাই নে: ইম্বৰ মৰবিলাকৰ ইৰ নহই, কিন্তু জিয়াবিলাকৰ- হে ইম্বৰ। ৩৩ এই কথা সুনি সমুহ লোকবিলাকে তেঁওৰ সিখ্যাত বিস্মই মানিলে। ৩৫ পাচে তেঁও চিদুৰ্কিবোৰক নিমতি কৰা বুনি ফিৰুচিবিলাক তেঁওৰ ওচৰত একে ঠাই হল; ৩৫ আৰু সিবিলাকৰ মাজৰ এজন বিধান পণ্ডিতে তেঁওৰ পৰিখ। চাবৰ নিমিতে সুধিলে, হে গৰু, বিধানৰ কোনটো অগ প্ৰধান? ৩৭ তীতে য়িচুএ বুলিলে, তুমি সকলো মনেবে, সকলো প্ৰানেৰে, সকলো চিতেৰে তোমাৰ প্ৰভু পৰম ইস্ব প্ৰেম কৰা, ৩৮ এয়ে প্ৰথম অৰু প্ৰধান অগ্যি॥ আৰু তাৰে নিচিনা দুতিয় অগ্যিও এই, তোমাৰ চুবুৰিয়াক আপোনাৰ নিচিনাকৈ প্ৰিতি কৰা। ৪ : এই দুই আগাতে সক- লে। বিধান আৰু ভবিস্যত বক্তাৰ কথা অৰি থোঅ হৈছে। ৪১ ফিৰুচিবিলাকে একে ঠাই হৈ থাকোতে ৰিচুএ সিবিলাকত সুধি- লে, খ্ৰিষ্টৰ কথাত তোমোলকিৰ মনে কি ধৰে। তেঁও কাৰ সন্তান। সিহঁতে কলে, তেঁও দাৰিদৰ সন্তান। ৪৩ তাতে তেঁও বুলিলে, তেনে হলে, প্ৰভুএ মোৰ প্ৰভুত কলে, মই জেতিয়ালৈকে তোমাৰ সত্ৰুবোৰক তোমাৰ চনৰ অধিন নকৰে, তেতিয়ালৈকে তুমি মোৰ সোঁ হাতে বহি থাকা, ৪৪ এই কথা কৈ দাৱিদে আত্মাৰ দোআৰাই কিয় খিষ্টক প্ৰভু বোলে? ৪৫ দাৱি- দে জদি তেঁওক প্ৰভূ বোলে, তেন্তে তেঁও কেনেকৈ দীৱিদৰ সন্তান হব পাৰে। ৪ ৬ তাতে সিহঁতৰ কোনেও এই কথাৰ একো উতৰ দিব নোআৰিলে; অৰু সেই দিনৰে পৰা তেঁওত কোনো কথা সুধিবলৈকো কাৰো সহ নহল। ৩৯ ৪২ ২৩ অধ্যা। তেতিয়া য়িচুএ লোক সমুহত আৰু আপোনাৰ সিদ্যবিলাকত কলে, ২ অধ্যাপক আৰু ফিৰুচিবিলাকে মোচাৰ আসনত বহি আচে; ৩ এই নিমিতে সিহঁতে তোমোলাকক জি জি অগি। মানিব দিয়ে, সেই সকলোকে মান, আৰু পালন কৰা, কিন্তু সিহঁতৰ কৰমৰ দৰে হলে নকৰিবা; কিয়- নো সিহঁতে কই মাথোন, কৰোতে নকৰে। ৪ সিহঁতে ববলৈ দুৰ্গম গধুৰ ভাৰ বান্ধি মানুহবিলাকৰ কান্ধত দিয়ে, কিন্তু আপোনাৰ এটা অঙ্গুলিৰেও