২২ অধ্য। ৪৩ A বিলাকক ধৰি দুজনালি কৰি মাৰিলে। ৭ তেতিয়া ৰজাই এই কথা সুনি থঙ্গ হৈ আপোনাৰ সেনা সেনাপতিক পঠাই, সেই বধ কৰাবোৰক নষ্ট কৰি সিহঁতৰ নগৰ পুৰি পেলালে। ৮ পীচে তেঁও অপপানাৰ বন্দিবিলা- কত কল, বিয়াৰ ভোজ জুগতে অচে, কিন্তু নিমন্ত্ৰন হোআবিলাক অজেগ্যি; ১ এই হেতুকে তহঁতে ৰাজবাটলৈ গৈ জাকে জাকে পা, আটাইকে বিয়াৰ ভোজলৈ মাতি অন। ১০ তেতিয়া সেই বন্দিবোৰে ৰাজবাটলৈ গৈ ভাল বেয়া জাকে জাকে পালে, সকলোকে চপাই আনিলে, তাতে অলিহিবিলা- কেৰে বিয়া ঘৰ ভৰিল। ১১ তেতিয়া ৰজাই অলিহিবিলাকক চাবলৈ ভিত ৰলৈ আহি, তাতে বিয়াৰ কপিৰ নিপিন্ধ। এটা মানুহক দেখি, ১২ তাক বুলিলে, হেৰ। মিতিৰ, তুমি বিয়াৰ কপিৰ নোহোআকৈ ইয়ালৈ কিয় আহি- “না তাতে সি অবাক হল? ১৩ তেতিয়া ৰজাই আপোনাৰ চাউড়াঙ্গহঁতত কলে, ইয়াক হাতে ভৰিয়ে বান্ধি নি বাহিৰৰ এন্ধাৰত পেলাগৈ; তাতে ক্ৰন্দন আৰু সঁহ কৰচনি হব। ১৪ কিয়নে নিমন্ত্ৰিত অনেক, কিন্তু মনো- নিত কৰা তাকৰ। ১৫ তেতিয়া ফিৰুচিবিলাকে গৈ, কথা বাত্ৰাৰ দোআৰাই কি ৰুপে তেঁওক ফন্দিত পেলাব পাবিব, এনে আলচ কৰি, ১৬ হেৰোদিয়া মানুহে সৈতে অ- পোনাৰ সিদ্যবিলাকক পঠাই তেঁওত কলে, হে গুৰু, আপুনি সত্য, অৰু সত্য ৰুপে ইম্বৰৰ পথ দেখাইচে, আৰু কাতে। চাটু নকৰে; কিয়নো অপি- নি মানুহৰ মুখলৈ নেচাই, ইয়াক আমি জানে॥ এতেকে কৈৰক কৰ দিব লগা হই। নে নহই, ইয়াত আপুনি কি ভাবে, অমিত কওক। য়িচূএ সিহঁতৰ দুজনালি জানি বুলিলে, হে কপটিয়াবিলক, মোৰ পৰিখ কিয় চাই।? ১৯ কৰৰ ধন মোক দেখুউঅ। তেতিয়া সিহঁতে তেঁওৰ আ- গলৈ সিকি এটা আনিলে। তাতে তেঁও সিহঁতত সুধিলে, এই মুতি আৰু নাম লিখা কাৰ? ২১ সিহঁতে কলে, কৈচৰৰ। তেতিয়া তেঁও সিহঁ- তক বুলিলে, তেন্তে জি কৈচৰৰ, তাক কৈচক দিয়া, আৰু জি ইস্বৰৰ, তাক ইক দিয়া। ২২ এই কথা শুনি সিহঁতে বিস্মই মানি তেঁওক এৰি গুচি ১৭ ১৮ তাতে ২ ০ গল। ২৩ মৰা লোকৰ পুনৰ উঠান নহব বুলি কই, এনে জি চিকি মানুহ, সি- ইতে সেই দিনাই মিচুৰ ওচৰলৈ আহি সুধিলে, বোলে, ২৪ হে গুৰু, কো- নো মানুহ জদি সন্তান নাইকিয়াকৈ মৰে, তেন্তে ভীয়েকে তাৰ তিৰোতাক বিয়া কৰি ককায়েকলৈ বঙ্গহ ওপজাব, মোচাই এনে আগা কৰিলে। ২৫ আমাৰ লগত কোনো সাত ভাই ককাই অচিল; সিবিলাকৰ বৰটে এজনি তিৰোতা বিৰা কৰিলে, আৰু সন্তান নোহোঅকৈ মৰিলত অপো নাৰ ভায়েকলৈ তিৰোতা এৰি গল। ২৬ পচে দতিয় আৰু ত্ৰিতিয়, ক্ৰমে সপ্তমটলৈকে সেই ৰুপে কৰিলে। ২৭ সকলোৰে পাচত তিৰোতাও মৰিল। ২৮ তেন্তে পুনৰ উঠানৰ কালত সেই সাতোটাৰ মাজত তাই কাৰ তিৰোতা
পৃষ্ঠা:New Testament in Assamese.djvu/৪৮
অৱয়ব