পৃষ্ঠা:New Testament in Assamese.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। 80 ৩৪ পচে গুটি পাৰিবৰ দিন ওচৰ হলত তাৰ গুটি পাবৰ নিমিতে তেঁও থে- তিয়কবিলাকৰ ওচৰলৈ আপোনাৰ বন্দিবোৰক পঠাই দিলে। খেতিয়কবোৰে তেঁওৰ বন্দিহঁতক ধৰি কোনোটক মাৰ কিল কৰিলে, কো- নোটক বধ কৰিলে, কোনোটক সিলেৰে মাৰিলে। ৩৬ আৰু বৰ সেই গি- ৰিহতে আগতকৈ অধিক বন্দি পঠালে, তাতে সিহঁতকে। সেই ৰুপ বেৱ. হাৰ কৰিলে। ৩৭ পাচে মেবি পূত্ৰক হলে সিহঁতে অদৰ কৰিব, ইয়াকে বুলি, তেঁও সেসত আপোনাৰ পুতেককো সিহঁতৰ ওচৰলৈ পঠালে। ৩৮ কিন্তু খেতিয়কবোৰে পুতেকক দেখি ইটে সিটত কলে, এইটেই অগলৈ গৰকি; আঁহা, আমি ইয়াক মাৰি তাৰ সম্পতিৰ গৰকি ও। ৩৯ পাচে সিহঁতে তেঁওক ধৰি লতা পনিয়ালৰ খেতিৰ বাহিৰ কৰি মাৰি পেলালে। এতে কে সেই খেতিৰ গৰাকি অহিলে সেই খেতিয়কবোৰক কি কৰিব? ৪ সি- বিলাকে বুলিলে, তেঁও সেই দুজনবোৰক দূৰ অৱস্থাৰে নষ্ট কৰিব, তাৰ বতৰত গটি দিয়া অনি খেতিয়কবিলাকৰ হাতত খেতি সোধাই দিব। ৪২ তেতিয়া য়িচূএ সিবিলাকক বুলিলে, সিলাকুটিবোৰে জি সিল অগাজ্য কৰিলে, সেয়ে চুকৰ প্ৰধান সিল হল; এয়ে প্ৰতুৰ কম, অৰু আমি দে- খতি অচৰিত; এই জি কথা ধৰম পুথিত লিখা অচে, তোমোলাকে তাক কেতিয়াও পহ। নাই নে ৪৩ এই হেতুকে মই তোমোলাকত কৈঠো, তে- মোলাকৰ পৰা ইস্বৰৰ ৰাজ্য নি, তাৰ ফল ধৰা জাতিক দিয়া হব। ৪৪ এই সিলৰ ওপৰত জি জন পৰে, সি ভগন হব; কিন্তু জাৰ ওপৰত এই সিল পৰিব, তাক খুন্দি গুৰি কৰিব। ৪। তেতিয়া প্ৰধান পোৰোহিত অৰু ফিৰু- চিবিলাকে তেঁওৰ এই পটন্তৰৰ কথাবিলাক সুনি সিহঁতৰ অৰ্থে কোঅ জেন জানিলে; তাতে তেঁওক ধৰিবলৈ চল বিচাৰিলে, কিন্তু মানুহবিলাক- লৈ ভই কৰিলে; কিয়নো সকলোএ তেঁওক ভবিস্যত বক্তা বুলি মানিলে। - ২২ অধ্যা। পাচে য়িচুএ মাত লগাই অকও পটন্তৰেৰে সিহঁতত কলে, বোলে, ২ জি এজন ৰজাই আপোনাৰ পুতেকৰ বিয়া পাতিলে, তাৰ নিচিনা স্বৰগ ৰাজ্য। ৩ পাচে নিমন্ত্ৰন কৰবিলাকক মাতিবলৈ বন্দিবোৰক পাঁচিলে, কিন্তু সি- বিলাকে আহিবলৈ মন নকৰিলে। ৪ এই হেতুকে তেঁও আৰু বাৰ অন- বিলাক বন্দি পঠাই কলে, বিয়ালৈ নিমন্ত্ৰন কৰা মানুহবিলাকত কগৈ, দেখা, মোৰ ভোজ জুগুত কৰিলোঁ; মোৰ বলদ অদিষ্টি পুষ্ট পহু মৰা হৈচে, অৰুি সকলো জুগুত হল; তোমোলাকে বিয়ালৈ আঁহা। ও কিন্তু সিহঁতে তাক লঘু জেন মানি কোনোটো আপোনাৰ খেতিলৈ, কোনোটো বেহা বেপাৰ- লৈ গুচি গুচি গল। আৰু অন জিবোৰ থাকিল, সিহঁতে ৰজাৰ বন্দি- -